জীৱেৰ বেউলা অ’
জীৱেৰ বেউলা অ’অ’ মোৰ আজলী ছোৱালীছয় জাৰ লগত বঞ্চিবি কেনে কৰি জীৱেৰ বেউলা অ’ আগতে নাযাবি আই তই পিছতে নাযাবি।মাজতে […]
জীৱেৰ বেউলা অ’অ’ মোৰ আজলী ছোৱালীছয় জাৰ লগত বঞ্চিবি কেনে কৰি জীৱেৰ বেউলা অ’ আগতে নাযাবি আই তই পিছতে নাযাবি।মাজতে […]
(কণ্ঠ – লতা মংগেছকাৰ) জোনাকৰে ৰাতিঅসমীৰে মাটিজিলিকি জিলিকি পৰেমলয়াৰে এছাটিদুহাতে সাবটিধুনীয়া মালতী সৰে ৷। এইখন দেশ মোৰতেনেই আপোন,নিতে নিতে
জোনাকী পৰুৱাৰ পোহৰ পোহৰে;প্ৰতিভা বৰুৱাই অকলে আগুৱাই। এখুজি দুখুজি,লাজুকী গতিৰেহৰিণী লেখিয়া,থমকি কিয় ৰয়? সিফালৰ পৰা সৌদিগন্ত ওলালেপ্ৰতিভাই আৱেগতসাবটি ধৰিলে,লাজতে মৰহি
জেঠৰে তেৰৰে বুধৰ দুপৰীয়াতেৰশ এসত্তৰ চন।বাতৰি আহিলে জৱাহৰ নাইঅবিশ্বাস কৰিবৰ মন।। চন্দন কাঠৰে শিখা বাই বাইযিদিনা জৱাহৰ গʼল।জৱাহৰৰ মানৱী দেহা
জীৱনটোৰে কান্দোনখিনিনিজেই সাঁচি থলোঁ;জীৱনটোৰে হাঁহিখিনিবিলাই বিলাই দিলোঁ।শ্ৰোতা বন্ধু তুমিও অকণ লোৱাঁ।। হাঁহিখিনি পাবৰ বাবে বহুতো কান্দিলোঁমাজে মাজে কান্দি কান্দি নিজেই
জীৱনটো যদি অভিনয় হয়যদি অভিনয়তে মৰম ৰয়সেই মৰমৰ দাম কিমাননো ?আকাশ এখিলা যদি কাগজ হয়আৰু জোনটো যদি আচল নহয়সেই জোনাকৰ
(আগকথা – আজিৰ সমাজ গঢ়োঁতে অগভীৰ পৰিকল্পনা আৰু অলস চিন্তাই কোনো কাম নিদিয়ে। জীৱন সিদ্ধু বহু বিন্দুৰে হয়। কিন্তু সেই
জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়,বহু ধনৰ লোভে যদি মানুহ পাহৰায়, মানুহ পাহৰায়মানুহ যদি মানুহৰে হয় অন্তৰায়,(তেনে) দূৰতে থক খ্যাতি
জীৱন ঘড়ীৰ প্ৰতিটো পলযেন গলি গলি গʼলনিঃসঙ্গতা পৰুৱা এটিমাথোঁ তাতে পৰি ৰʼল।। তেজত আজি ৰক্ত কণিকাকিয় জানো কমি গʼল !দংশনৰত