শেষ কথা
অসমীয়া জাতিটোৱে অসমীয়া কʼবলৈকাকনো কৰিছে বলাৎকাৰ!হেৰ!অসমীয়া ভাষাটিৰ অসমতেই নাই জানোযোগ্যতা পোৱাৰ অধিকাৰ?সমগ্ৰ ভাৰতৰ ভাষা দুৰ্নীতিবানকুচক্ৰী যত কুলাঙ্গাৰ(হেৰ) অসম দেশখন অহঁতৰ […]
শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতিসেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি । বস্ত্রবিহীন কোনো খেতিয়কৰভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰউমি
শিশু শকুন্তলাৰ উচুপনিকাশ্যপ ঋষিৰ আশ্ৰমখনি(আজি) জ্যোতিষ্মান হʼল।মেনকাই কন্যা শকুন্তলাকমৰতত সমৰ্পি গʼল;উমলি আহোঁগৈ বʼলাঁঅʼ বাচ্ছা শকুন্তলা।।শংখ বজোৱা দিয়া উৰুলিআনন্দে নধৰে হিয়াপ্ৰকৃতি
শাৰদী ৰাণীতোমাৰ হেনো নামতুমি মোৰ নিচেই আপোনসদ্যস্নাতা ৰূপহী মোৰপুৱতী নিশাৰ সপোনশুভ্রনীলা ওৰণিখনিকুঁৱলী সূতাৰে বোৱাপাতল ৰিহাখনিথৰ লগা বিলখনিতোমাৰ শুৱনি দাপোণকপাহ মেঘৰ
শ্যামকানু সত্যৰ মৰণ নাইসাধিলে হেৰোৱা বস্তু, হাততে যে পায়।(ঐ ৰাম) স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাইমাতৃৰ বুকু ভৰে যেবে
শ্বিলঙৰে মনালিছা লিংডোতোমাৰ হাতৰ গীতাৰখনিতহিলিবিলি মিউজিক বজাই যোৱাঁ ।। মনালিছা মনালিছা মানালিছা,তোমাক স্ৰজিলে কোন লিওনাৰ্ডোইকেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া? মনত
শ্বিলঙৰে গধূলিসপোন চহৰৰ মৰমী শৰতৰসোঁৱৰণি সোণালী ।শ্বিলঙৰে গধূলি.. ৰঙীন বজাৰৰ পাৰ হৈ হৈশুদাকৈ ভৰিৰে দূবৰি গছকি গৈসৰু সৰু জিৰজিৰিয়া নিজৰাৰ পাৰতেহাঁহি
কথা : এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যি সকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম : “শ্বহীদ প্ৰণামো তোমাক”
গীত: শ্বমা থাকিলেজৰুৰ জৰুৰপৰৱানা যে আহিবইকথা: বাহ্ বাহ্ বাহ্ বাহ্ চাচাদৰ্জী মানুহ কি গাম।গীত: শ্বমা থাকিলেজৰুৰ জৰুৰপৰৱানা যে আহিবই।বিজুলী দেখিলে
শব্দ আৰু সুৰৰ পৃথিৱীতধেমালি কৰিলোঁ নানা মুদ্ৰাৰেনিৰানন্দ আৰু মহানন্দে মইসত্যক ফঁহিয়ালোঁ জীৱনবোধেৰে। মই জীয়াই আছোঁসময়ৰ আগে আগেআত্মপ্ৰত্যয়ৰ বাবেসাধাৰণৰ মাজতেই থাকিমঅসাধাৰণভাৱে।