বনৰে পখীটি
বনৰে পখীটিতোমাৰ লগৰীয়া, আমাৰে জোনটিপদুমৰ কলিটি!তোমাৰ লগৰীয়া আমাৰে জোনটি, সোণটিঅʼ অʼ জোনটি। আমাৰ তপোবনৰ ধুনীয়া ধনটি, সোণটি।তুমি শকুন্তলাৰ হিয়াৰ মাণিকজিলমিল […]
বনৰে পখীটিতোমাৰ লগৰীয়া, আমাৰে জোনটিপদুমৰ কলিটি!তোমাৰ লগৰীয়া আমাৰে জোনটি, সোণটিঅʼ অʼ জোনটি। আমাৰ তপোবনৰ ধুনীয়া ধনটি, সোণটি।তুমি শকুন্তলাৰ হিয়াৰ মাণিকজিলমিল […]
বনজুই বনতহে জ্বলে দেখা পোৱা যায়মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে’। হিটলাৰৰ জোতাৰ শৱদ হে’ গিৰিপ গাৰাপ চলেইহুদী নিধন পৰ্ব
বুকু হম হম কৰেমোৰ আই কোনে নিদ্রা হৰেমোৰ আই পুত্র হৈ মই কি মতে তৰোঁ? আই, তোৰে হৈ মই মৰোঁ । দেশৰে চন্দ্রমা কাল এন্ধাৰে
নৱমল্লিকাৰ হেঁপাহ জানো পলাবমালিনী নদীতে ৰূপ চাই চাইশকুন্তলা আইৰ জানো দেহাটি শীতলিবপদুমৰে পৰশন পাই পাই। দেহ ভংগীমাৰে বিৱৰণী কিনো দিমদেখিয়েই
নেলাগে সমাজ, নেলাগে নেলাগেসময় দেখুওৱা ঘড়ীসময় এবাৰ থমকি ৰওকচোনআমাকে সাক্ষী কৰি। আবেলিৰ ৰামধেনু থপিয়াই আনিটুকুৰা টুকুৰ কৰিছটিয়াই দিম তোমাৰ গালৈল’বাচোন
নতুন নিমাতী নিয়ৰৰে নিশাজীৱন জিলিকা জোনাকৰে নিশাআৰু তুমি নিচেই চিনাকি। মোৰ যৌৱন আজি উচ্ছলজলমল সৰসীত নাচে পংকজকামনাৰপৰাণ পূৰ্ণ হয় নিশাটি।।
নতুন নাগিনী তুমি,কাল নাগিনীতোমাক ভুলাবলৈ কিমাননো পৰ?নীলা গৰল পিয়া,মই নীলকণ্ঠঅলিয়া বলিয়া মই যাদুকৰ। সূৰুযৰ স্পৰ্শই ঢুকিকে নোপোৱা,শতাব্দীৰ আন্ধাৰে কলিজা কঁপোৱা,অৰণ্য
পৰহি পুৱাতে টুলুঙা নাৱতেৰংমন মাছলৈ গ’লমাছকে মাৰিবলে’ নেলাগে যাবলে’ধুমূহা আহিবৰ হ’ল ।ক’ৰবাত কেনেবাকে’ ঘঁৰিয়ালে ধৰিববৈ যাব তেজৰে ধলগধূলিৰে পৰতে বৰহমপুত্ৰৰ
প্ৰথম মৰমে যদি সঁহাৰি নেপায়ভালপোৱা কিয় জানোমৰহি যায়,এখন হিয়া আৰু এখন হিয়াইমিলিলেহে মৰমে পূৰ্ণতা পায়।। যৌৱন প্ৰভাতী মেলাতেতোমাক দেখিছিলোঁ হঠাতেপ্ৰথম
প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ।শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।।দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।শুনা সখি ৰূপৱতী নধৰা