Author name: admin

প

প্ৰথম নহয় দ্বিতীয় নহয়

প্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমিজীৱন ৰেʼলৰ ডবাত আমিপ্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।। মাজে মাজে মাজেএই ৰেʼলে

প

প্ৰতিধ্বনি শুনো মই

প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনোমোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰনিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰোচকু মেলি

প

পেহী অʼ পেহা

কথা :- মুখেন মাৰিতং জগত নীতিৰে ৰাজ্য চলাব নোৱাৰিৰাইজ আৰু ৰজাই মিলি কাম কৰিলেহে দেশখন বচাব পাৰি।।গীত :– পেহী অʼ

প

পীৰিতি নামৰে তিনিটি আখৰে

পীৰিতি নামৰে তিনিটি আখৰেকোনে কাটি গʼলে শিলতনজহে নপমে মৰিচা নপৰেজিলিকে বুকুৱা বিলত। লুইতৰ বালি তিয়াব নোৱাৰিনিজৰাই নিতিয়াই মানেভূটীয়া চাঙৰে ধুনীয়া

প

পিয়লী, পিয়লী!

পিয়লী, পিয়লী! কʼতেনো লুকালিমুকুতি যুঁজৰ সেনাপতি?পৰেবতৰ শিখৰতে, ভৈয়ামৰ নামনিতেদেশৰে লʼৰা-বুঢ়াই উচুপিছে দিনে-ৰাতি;আমাৰ পিয়লী বোপাটিৰ নাভাঙিলে কাল ঘুমটিমৰণে লʼলে সাবটি। দেশৰে

প

পিতৃ গৃহ ত্যাগী

পিতৃ গৃহ ত্যাগী আই মোৰপতি গৃহে যায়দুই পাৱ চলে যদিএক পিছুৱায়। মৃগ শিশুটিয়ে আইতোক এৰি নিদিয়েপিতৃ আৰু সখীদ্বয়েকোন সতে এৰে?

প

পাৰ ভাঙি দিলে

পাৰ ভাঙি দিলে শ্ৰীমন্ত শঙ্কৰেবহে ব্ৰহ্মাণ্ডক ভেদিতৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছেশান্তি অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰযাউতিযুগীয়া ৰূপতীৰ্থশ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰএক অনেকৰ প্ৰীতি-তীৰ্থশ্ৰীমন্ত

প

পাহাৰৰ সিপাৰে

পাহাৰৰ সিপাৰে ধুনীয়া ৰহদৈয়েদুখৰে সুৰটি গায়বনগীত সুৰীয়া গীতৰে আঁৰতেচেনাইৰ কথাটি কয়বুকুহে হমে হমায়।পাহাৰৰ হৰিণী চকুযোৰ শুৱনিচকুলো বাগৰি যায়সুদূৰৰ চেনায়ে বুজিকে

প

পাহাৰ ভৈয়ামৰ সংগম থলীতে

পাহাৰ ভৈয়ামৰ সংগম থলীতেবন্ধু এজন মোৰ আছিল এদিনৰʼদালিৰে ভৰা সেইসোণালী সুদিন ।একেলগে খেলা পুৱা-গধূলি বেলাসেই শান্ত পাহাৰসেই ধ্বনি নিজৰাৰএকেলগে বজালোঁ

 
Scroll to Top