প

প

পৰহি পুৱাতে টুলুঙা নাৱতে

পৰহি পুৱাতে টুলুঙা নাৱতেৰংমন মাছলৈ গ’লমাছকে মাৰিবলে’ নেলাগে যাবলে’ধুমূহা আহিবৰ হ’ল ।ক’ৰবাত কেনেবাকে’ ঘঁৰিয়ালে ধৰিববৈ যাব তেজৰে ধলগধূলিৰে পৰতে বৰহমপুত্ৰৰ

প

প্ৰথম মৰমে যদি সঁহাৰি নেপায়

প্ৰথম মৰমে যদি সঁহাৰি নেপায়ভালপোৱা কিয় জানোমৰহি যায়,এখন হিয়া আৰু এখন হিয়াইমিলিলেহে মৰমে পূৰ্ণতা পায়।। যৌৱন প্ৰভাতী মেলাতেতোমাক দেখিছিলোঁ হঠাতেপ্ৰথম

প

প্ৰথম প্ৰহৰ ৰাত্ৰি

প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ।শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।।দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।শুনা সখি ৰূপৱতী নধৰা

প

প্ৰথম নহয় দ্বিতীয় নহয়

প্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমিজীৱন ৰেʼলৰ ডবাত আমিপ্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।। মাজে মাজে মাজেএই ৰেʼলে

প

প্ৰতিধ্বনি শুনো মই

প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনোমোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰনিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰোচকু মেলি

প

পেহী অʼ পেহা

কথা :- মুখেন মাৰিতং জগত নীতিৰে ৰাজ্য চলাব নোৱাৰিৰাইজ আৰু ৰজাই মিলি কাম কৰিলেহে দেশখন বচাব পাৰি।।গীত :– পেহী অʼ

প

পীৰিতি নামৰে তিনিটি আখৰে

পীৰিতি নামৰে তিনিটি আখৰেকোনে কাটি গʼলে শিলতনজহে নপমে মৰিচা নপৰেজিলিকে বুকুৱা বিলত। লুইতৰ বালি তিয়াব নোৱাৰিনিজৰাই নিতিয়াই মানেভূটীয়া চাঙৰে ধুনীয়া

প

পিয়লী, পিয়লী!

পিয়লী, পিয়লী! কʼতেনো লুকালিমুকুতি যুঁজৰ সেনাপতি?পৰেবতৰ শিখৰতে, ভৈয়ামৰ নামনিতেদেশৰে লʼৰা-বুঢ়াই উচুপিছে দিনে-ৰাতি;আমাৰ পিয়লী বোপাটিৰ নাভাঙিলে কাল ঘুমটিমৰণে লʼলে সাবটি। দেশৰে

প

পিতৃ গৃহ ত্যাগী

পিতৃ গৃহ ত্যাগী আই মোৰপতি গৃহে যায়দুই পাৱ চলে যদিএক পিছুৱায়। মৃগ শিশুটিয়ে আইতোক এৰি নিদিয়েপিতৃ আৰু সখীদ্বয়েকোন সতে এৰে?

 
Scroll to Top