Author name: admin

এই পানী উত্তৰে পানী

উত্তৰে পানী…এই পানীকি য়ে পানীদুৰ্ব্বিষহ পানী।।তৃষ্ণাৰ্ত্তৰ ই নহয়তো পানী। শুকান ধৰিত্ৰীৰ অশ্ৰুভৰানহয় ই আকূতিএই বানপানী।।এই পানী ত্ৰাসৰএই পানী বেজাৰৰএই পানী […]

এই পৃথিৱী এক ক্ৰীড়াঙ্গন

এই পৃথিৱী এক ক্ৰীড়াঙ্গনক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ। এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়াঙ্গনযৌৱন যʼত আজি জ্যোৰ্তিম্ময়অসুস্থ এলাহক এফলীয়া কৰি (যʼত)জীৱনৰ গতি

এই ধুনীয়া গধূলি লগন

কথা : জানকী,গাভৰু : ওঁডেকা : কিয় এই সংযমহীন আচৰণ?গাভৰু : কিয়?গীত : গাভৰু : এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ সমাজৰ

এʼ ৰাধাচূড়াৰ ফুল গুজি

 এʼ ৰাধাচূড়াৰ ফুল গুজিৰাধাপুৰৰ ৰাধিকাচাহ-বাগিচাত ঝুমুৰ নাচিজুগ্‌নুক যাচে ফটিকা। সেই ফটিকা প্ৰেম ফটিকা(তাত) ভেজাল-তেজাল একো নাই।(ই) কৃষ্ণচূড়া ফুলৰ দৰে সঁচা

ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু

কথা : এʼ বিজুলী নাচে, চিক্‌মিক্‌ চিক্‌মিক্‌অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰুমেঘে বজায় ডম্বৰুচিক্‌মিক্‌

এʼ নৰ মনিচ, যাবই লাগিব তই

এʼ নৰ মনিচ যাবই লাগিব তইচকুলো মচি লৈ সবাৰো ভৰসা এৰি  এʼ নৰ মনিচ!সোণৰ জটাখাৰুত মামৰে ধৰিলেমামৰৰ বেচতো কেৱেচোন নলʼলেফুৰিলে কি

এ’ জীৱন নদীৰ কতনা মোহনা

এʼ জীৱন নদীৰ কতনা মোহনাকোনটো দিশেনো ঘাটএʼ কʼতেনো পামগৈ মৰমেৰে ভৰাএষাৰি আপোন মাতে, মোৰ বান্ধ ঐচিনাই নিদিয়ানে বাট? সঁচা সোণৰ

কপিঁ উঠে কিয় তাজমহল

মহিলাঃ হায় হায় হায়দুয়োঃ কঁপি উঠে কিয় তাজমহল ?         পুৱতি নিশাৰ আজানৰ সʼতে আজানপুৰুষঃ যমুনাত তুলি          শত-ধুমুহাৰ কোলাহল          তাজমহল! তাজমহল!!

কত জোৱানৰ মৃত্যু হ’ল

কত জোৱানৰ মৃত্যু হ’লকাৰ জীৱন যৌৱন গ’লসেই মৃত্যু অপৰাজেয়তেনে মৃতক নহ’লোঁ মই কিয় ?কত জোৱানৰ মৃত্যু হ’ল ।  হেনো হিমালয়

কটন কলেজ

কটন কলেজ, কটন কলেজ(কথাৰে)ওঠৰশ নিৰানব্বৈ চন ।ব্ৰিটিছ শাসন!মাণিক চন্দ্ৰ বৰুৱাৰ প্ৰতিবেদনপ্ৰাগজ্যোতিষপুৰতে কৰিব লাগিবইএখনি কলেজ স্থাপন।। ঊনৈশ শ এক আৰু দুহেজাৰ

 
Scroll to Top