Author name: admin

এ

এন্ধাৰ কাতিৰ নিশাতে

পুৰুষ :- এন্ধাৰ কাতিৰ নিশাতেএখনি নৈৰ পাৰতেএটি ভগা পঁজাতেপানেইৰ কামীহাড় সাৱতিতাইৰ পোনাকণে ফেকুঁৰে — শিশু :- আই ভোক লাগিছেআই ভাত দেআই

এ

এটি মনৰ দুটি মানুহ

এটি মনৰ দুটি মানুহমৰমী সৰগ ৰচে,সৰগী মৰততএই প্ৰিয়জনেআৱেগৰ নাচোন নাচেমৰমী সৰগ ৰচে।। তেনেকে নেচাবা বুকু দহি যায়,অʼ তেনেকে নেচাবা বুকু

এ

এটি কুঁহি দুটি পাত

এটি কুঁহি দুটি পাতৰতনপুৰ বাগিচাতলহ্‌পহীয়া হাতেৰে কোনেনো ছিঙিলেঅʼ কোনেনো ছিঙিলে? এন্ধাৰ কলা চুলিৰেজবা ফুলৰ পাহিৰেপাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলেঅʼ কোনেনো হাঁহিলে?

এ

এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়

এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়মোৰ বনহংসই বাট হেৰুৱায়।মই আছোঁ শাৰদীয় খিৰিকীমুখতবুকুৱে বিচৰাজনলৈ বাট চাই।। বিজুলী চাকিৰ সৌ তাঁৰবোৰতেনিয়ৰে ওলমি কিবা

এ

এক বিন্দু দুই বিন্দু

এক বিন্দুদুই বিন্দুজীৱনৰঅমৃত পানীপানী এক বিন্দু, দুই বিন্দুহেজাৰ বিন্দু……. লক্ষকৌটি বিন্দুউত্তৰে পানী/ দক্ষিণে পানী/ পূৱে পানী/ পশ্চিমে পানীই নিষ্ঠুৰ মৃত্যুৰ

এ

এইটি বা কোন ওলালে

এইটি বা কোন ওলালেসিংহ কেনি লুকালেনেগুৰ কটা শৃগাল আজিৰাজসভালৈ যায়। পপীয়া তৰা ওলালেসূৰুষ কেনি লুকালেতপস্বী বিড়াল আজিনামঘৰলৈ যায়।গৰ্দ্দভৰে নৃপতি, গৰ্দ্দভে

এ

এই ভিজা ভিজা ৰাতি

এই ভিজা ভিজা ৰাতিএই জীৱন জোখা ৰাতিনিজ হাতে জুখিম বুলিলʼলোঁ দুখৰ মালা গাঁঠি।। জীৱন মানেই ৰং নহয়জীৱন মানেই চং নহয়সংগ্ৰামৰে

এ

এই বিহুৰে উৰুকা নিশা

গাভৰু : এই বিহুৰে উৰুকা নিশামোৰ কলিজা পৰিছে কʼলাচিঠি দিম বুলি চিঠিও নিদিলাতুমি পৰদেশী হʼলা।যোৱাটো বিহুতে কথা যে দিছিলাহʼবা মোৰ

এ

এই বʼহাগ জ্বলন্ত অৰুণ

এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ। পুৰণি শত শতবʼহাগ মাহৰজহি-খহি যোৱামূল্যবোধৰমৈদাম খান্দি খান্দিহাড়বোৰ নিকা কৰিঅস্ত্ৰ সাজি সাজিলৈ নিশ্বাসকোনে

 
Scroll to Top