Author name: admin

ক

ক-খ-গ-ঘ

ক-খ-গ-ঘ, চ-ছ-জ-ঝদুয়ে দুয়ে চাৰি গʼএ বি চি ডি ইস্কুল পঢ়িগিয়ানী বনিব গʼ। হামাৰ কচি কচি বাছাইস্কুলে পঢ়িব গʼলিখি পঢ়ি বড়

আ

আৰক্ষী বাহিনীৰে

আৰক্ষী বাহিনীৰে কু-শাসন ৰক্ষাকিছু দিনহে কৰিব পাৰি !নৱ নৱ পুৰুষৰ নোপোৱাৰ প্ৰকাশকভৰিৰে মোহাৰিব নোৱাৰি।। আজিৰ সমস্যাই ভবাই তুলিবইআজিৰ শিক্ষাৰ্থীক(তাকে) শান্তিৰে

আ

আহুধান দাবলৈ

প্ৰথম ডেকা :- আহুধান দাবলৈ    লাগে কেতেবেলি    বাওধান দাবলৈ টান,    দ্বিতীয় ডেকা :-   অঁʼ টান   প্ৰথম ডেকা :-  আমাৰে

আ

আশ্বিন মাসে দূৰ্গা পূজা

পুৰুষ :- আশ্বিন মাসে দুৰ্গা পূজাঢাকেৰ কেমন গুড় গুড়িতাৰেই মাঝে ঝিলমিল কৰেমোৰ প্ৰাণেৰ সুন্দৰী। লাল শাড়ী পিন্ধি নাচেমাদল ঝুমুৰ বাজানানাকে

আ

আলফুলীয়া কুমলীয়া

আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰঅʼ মোৰ চেনেহৰ অকণি বীৰ ।তোমাৰ দেশৰ বীৰ লাচিতেশতৰু কৰি ছিৰাছিৰসুজলা সুফলা পূব ভাৰতীৰউজলাই ৰাখিলে শিৰ।ভাৰতে

আ

আমি ভাইটি ভনটি

আমি ভাইটি ভনটিনাই দেখোন গণটিইম্মান সোপা আমি আছোঁকিমান যে ফূৰ্তি। অʼ ডিফুৰে ভণ্টি আৰু শদিয়াৰে ভাইটিকোকৰাঝাৰৰ ৰাভাৰ সʼতে লোহিতমুখৰ কণটিইম্মান

আ

আমি নহওঁ মাথোঁ

আমি নহওঁ মাথোঁ ক্ৰন্দনৰতগঢ়িম শক্তি সন্মিলিতমানুহে মানুহে মিলিমহাঅজগৰৰূপীমহাবান্ধ সাজি সাজিপানীৰ ঔদ্ধত্যকচূৰ্ণ কৰিম। পাগলী পাগলীদেওধনীজনীৰউলঙ্গ নৃত্যক সভ্য কৰিমবিজ্ঞানেৰে দুৰ্ব্বাৰ গতিকশক্তিত পৰিণত

আ

আমি অসমীয়া নহওঁ দুখীয়া

কথাঃ- (সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, ‘আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম?’ সঁচা, পিছে) গীতঃ ‘আমি অসমীয়া নহওঁ দুখীয়া’বুলি সান্ত্বনা

আ

আমাৰে মইনা শুইছে

আমাৰে মইনা শুইছেবাৰীতে বগৰী ৰুইছেবাৰীৰে বগৰী পকি সৰা নাইতৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰালুভীয়াই নিব তাক হৰিদুখীয়াক যি ফেৰা

আ

আমাৰে ভনটি শুব এʼ

আমাৰে ভনটি শুব এʼসপোনৰ দেশলৈ যাব এʼশুকুলা ৰঙৰে মিঠাকৈ সপোনকদিঠকৰ ৰূপকে দিব। আমাৰে ভন্টি মহিলা হʼবআৰোগ্য নিকেতন গঢ়িববিজ্ঞানেৰে ৰুগীয়াজনকেসুঠাম তেজাল

 
Scroll to Top