হ

লোকগীত, হ

হে মাই যশোৱা হে

হে মাই যশোৱা হেমাই হেৰে যশোৱাআমাক লাগিয়াঅলপ তোৰ মৰমো নাইএ মাই যশোৱা এ ! তোৰে ঘৰে আসি গৰু চাৰি ফুৰোঁকৰেকৰা

হ

হেʼ হেʼ হেʼ ঢোলে-ডগৰে

হেʼ হেʼ হেʼ ঢোলে-ডগৰেহেʼ হেʼ হেʼ হিয়াৰ উমেৰেনেদেখা এনাজৰীৰেবান্ধো আমি পাহাৰ শিখৰৰেমহান চিয়েমক। হেʼ হেʼ হেʼ চেৰাপুঞ্জীৰেহেʼ হেʼ হেʼ ভিজা

হ

হেʼ মোৰ অসমৰ শ্ৰোতা

হেʼ মোৰ অসমৰ শ্ৰোতা জনতাকিমতেনো বুজাম আমি,(আজি) বিহাৰ ৰাজ্যৰ কোটি কোটি লোকেদেখিছে এক শ্মশানভূমি। কোনোবা নিষ্ঠুৰ দৈত্যই যেনপ্ৰখৰ ৰʼদৰ উত্তাপ

হ

হেʼ বান্ধ মই নিৰুপায়

হেʼ বান্ধ মই নিৰুপায়,কি কৰোঁ, কি কৰোঁ উপায়কোৱাঁ কোৱাঁ কি উপায়ভাল পোৱা নিঠুৰ দানৱধৰেহি সদায় বান্ধমই নিৰুপায়। বৰ পোৰণি আছে

হ

হেʼ দোলা হেʼ

হেʼ দোলা হেʼ দোলাহেʼ দোলা হেʼ দোলাএকা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁবৰ বৰ মানুহৰ দোলা।হেʼ দোলা………………আপোন কৰিলোঁ বনুৱাৰ জীৱনকদেহা ভাগৰাই তোলা, হেʼ

হ

হাৱা নাই বাতাস নাই

হাৱা নাই, বাতাস নাইসৱ গেছে সুখ নাইতোমাৰ বিনা কেমনে ৰহিবোকেমনে সাগৰ হবো পাৰ। পখীৰ খাঁচা, আমাৰ বাসা,উৰি গেলʼ জীৱন-পখী।পৰি ৰৈল

হ

হায়ৰে প্ৰাণেৰ বাছা মোৰ

হায়ৰে প্ৰাণেৰ বাছা মোৰতুই কোলে নাই,যনে দেখি তনে অন্ধকাৰ। আপন শিশু বুকে নাই;আমাৰ মনে সুখ নাইপৰাণটো মোৰ কৰে হাঁহাকাৰ।।   ৰচনা

হ

হু হু ধুমুহা আহিলেও

(হু হু ধুমুহা আহিলেওহে মোৰে মনৰ মানুহ,সুখে দুখেতুমি মোৰ সৈতেথাকিবানে–?) হু হু ধুমুহা আহিলেওআকাশ কʼলা মেঘে ছানিলেওৰিম্‌ঝিম্‌ বৰষুণ পৰিলেওতুমি যেন

হ

হাঁহিকে ভগাওঁ সম ভাগেৰে

হাঁহিকে ভগাওঁ সমভাগেৰেতিল্‌তিল্‌ বিষাদো লʼম ভাগেৰেমিলিজুলি মধুৰতা লʼমেশুভ দিন আদৰি লʼম প্ৰাণেৰে। যিয়েই পায় সুখী অকণি সুখ দিয়াঁহেসৌ ধূসৰ হৈ

 
Scroll to Top