হায়ৰে প্ৰাণেৰ বাছা মোৰ


হায়ৰে প্ৰাণেৰ বাছা মোৰ
তুই কোলে নাই,
যনে দেখি তনে অন্ধকাৰ।

আপন শিশু বুকে নাই;
আমাৰ মনে সুখ নাই
পৰাণটো মোৰ কৰে হাঁহাকাৰ।।
 

 ৰচনা কাল : ১৯৭৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top