শ্বিলঙৰে মনালিছা লিংডো
শ্বিলঙৰে মনালিছা লিংডোতোমাৰ হাতৰ গীতাৰখনিতহিলিবিলি মিউজিক বজাই যোৱাঁ ।। মনালিছা মনালিছা মানালিছা,তোমাক স্ৰজিলে কোন লিওনাৰ্ডোইকেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া? মনত […]
শ্বিলঙৰে মনালিছা লিংডোতোমাৰ হাতৰ গীতাৰখনিতহিলিবিলি মিউজিক বজাই যোৱাঁ ।। মনালিছা মনালিছা মানালিছা,তোমাক স্ৰজিলে কোন লিওনাৰ্ডোইকেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া? মনত […]
শ্বিলঙৰে গধূলিসপোন চহৰৰ মৰমী শৰতৰসোঁৱৰণি সোণালী ।শ্বিলঙৰে গধূলি.. ৰঙীন বজাৰৰ পাৰ হৈ হৈশুদাকৈ ভৰিৰে দূবৰি গছকি গৈসৰু সৰু জিৰজিৰিয়া নিজৰাৰ পাৰতেহাঁহি
কথা : এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যি সকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম : “শ্বহীদ প্ৰণামো তোমাক”
গীত: শ্বমা থাকিলেজৰুৰ জৰুৰপৰৱানা যে আহিবইকথা: বাহ্ বাহ্ বাহ্ বাহ্ চাচাদৰ্জী মানুহ কি গাম।গীত: শ্বমা থাকিলেজৰুৰ জৰুৰপৰৱানা যে আহিবই।বিজুলী দেখিলে
শব্দ আৰু সুৰৰ পৃথিৱীতধেমালি কৰিলোঁ নানা মুদ্ৰাৰেনিৰানন্দ আৰু মহানন্দে মইসত্যক ফঁহিয়ালোঁ জীৱনবোধেৰে। মই জীয়াই আছোঁসময়ৰ আগে আগেআত্মপ্ৰত্যয়ৰ বাবেসাধাৰণৰ মাজতেই থাকিমঅসাধাৰণভাৱে।
শুনা শুনা হেশুনা পাতি কাণ,বিজ্ঞানসন্মত বনভূমিৰ অৱদান।।দূৰৈৰ বন ভূমিত সৌসুৰুয ভৈলা দৃষ্টসূৰুযৰ জ্যোতিৰে বনভৈলা পৰিপুষ্ট।।বন এক কাৰখানাজ্যোতি প্ৰপাতৰঅম্লজান বাষ্প সৃষ্টিকৰে
শতিকাৰ ৰূপ খেদোঁকিবা যেন বিচাৰিখোজ মোৰ নিতে আগুৱায়মিছা এন্ধাৰে চকু ভাগৰায়বুকুৰ পোহৰৰে শিখা বাঢ়ি যায়।। দিগ্বলয়ৰ বাটেৰেবগাকৈ মন বগকুঁৱলী ফালি
শত বৰ্ষ পাৰ হʼলতুমি গʼলা অসীম প্ৰেমৰ দেশলৈ।চিৰ যৌৱনৰ দিলাঁ গানচিৰ প্ৰেৰমাৰে জগাই প্ৰাণ।হেʼ প্ৰেমিক গীতিকাৰ;লুইতৰ পাৰৰে সকলো গীতিকাৰৰ হৈ,এ ক্ষুদ্ৰ
শংকৰ-মাধৱৰ মহা মহা সৃষ্টিৰেউজ্জ্বল লুইতৰে পাৰকতজনে শলাগিলে অসমীয়া লিখনিপদ্ম গোহাঞি বৰুৱাৰ।।বড়ো-ৰাভা মিচিঙৰ ৰূপে ৰসে ভৰপূৰজীয়া জীয়া আমাৰ ভাষাৰ।লিখাবোৰ কিয় বাৰু