, লোকগীত

কানাই পাৰ কৰা হে

অ’ কানাই পাৰ কৰা হে বেলিৰ পৰিল ছায়া,নষ্ট হৈল দুধেৰ ভাণ্ডাৰ বাজাৰ গৈল বইয়া। কাঠৰে দেশতে থাকা অ’ কাঠৰ কিবা […]

কাহিনী এটি লিখাঁ

কাহিনী এটি লিখাঁ সেৱাৰ বিষয়েকৈছিলোঁ বহু বহু বাৰ বন্ধু লিখক, তুমি নুশুনিলা দেখুৱালা মাথোঁ অহঙ্কাৰ। সঁচা নায়ক বিচাৰি বিচাৰিতাহানি যে

,

সৌ কাজল কাজল মেঘ

সৌ কাজল কাজল মেঘ সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই, সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই,

কুঁৱলী, কি ৰগৰ কৰিলি

কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । পাহৰণি কুঁৱলীনিৰৱ সিপাৰেপৰি আছোএকাধিক শতাব্দী ধৰি,পৰি আছো। কুঁৱলী কুঁৱলী কি সপোন ভাঙিলিঅতীতৰ

কৰ্মই আমাৰ ধৰ্ম

কৰ্মই আমাৰ ধৰ্মকৰ্মই আমাৰ ধৰ্মআমি জীৱন-যুঁজত জিকিব লাগিবপিন্ধি সাহসৰ বৰ্ম। স্বাৰ্থপৰৰ লোলুপ আশা,আমি কৰিম খৰ্বমহামানৱৰ বাণী শিৰে লৈনাশিম যুঁজৰ গৰ্ব।

কʼৰবাত যদি সৰগ আছে

ভূঃ হাঃ — কথা :-  কʼৰবাত যদি সৰগ আছেতেনে এইয়ে সৰগহামি হাস্তহামি হাস্তঅনুৰাধা :– সৰগ নামিছেভূঃ হাঃ — ভূস্বৰ্গতকোন বেলি

কোন এই ললনা

কোন এই ললনামাথোঁ কৰে ছলনাধৰা দেখোঁ দিযা নাই,দিযা নাই,দিযা নাই। চাই অতীতৰ কোনো ছায়ানে বৰ্তমানৰ কায়ানে অনাগত ভৱিষ্যতসাঁথৰ ভৰা মায়াবুজা

 
Scroll to Top