বিহুটি বছৰি আহিবা
(আগকথা – অসমীয়া জাতিটোৰ আয়ুস ৰেখা বিহুটিক হাতযোৰ কৰি অনুৰোধ কৰা হৈছে। বিহুটি ঐ বছৰি আহিবা । অসমী আইকে জগাবাচোন […]
(আগকথা – অসমীয়া জাতিটোৰ আয়ুস ৰেখা বিহুটিক হাতযোৰ কৰি অনুৰোধ কৰা হৈছে। বিহুটি ঐ বছৰি আহিবা । অসমী আইকে জগাবাচোন […]
বিস্তীৰ্ণ পাৰৰেঅসংখ্য জনৰে হাঁহাকাৰ শুনিওনিঃশব্দে নিৰৱেবুঢ়া লুইত তুমিবুঢ়া লুইত বোৱাঁ কিয় ? নৈতিকতাৰ স্খলন দেখিওমানৱতাৰ পতন দেখিওনিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় জ্ঞানবিহীন
বিমূৰ্ত মোৰ নিশাতি যেনমৌনতাৰ সূতাৰে বোৱাএখনি নীলা চাদৰ ।এখনি নীলা চাদৰ..তাৰেই এটি মিঠা ভাঁজতনিশ্বাসৰে উমআৰু জীয়া জীয়া আদৰ্এখনি নীলা চাদৰ।
বিজুলীৰ পোহৰ মোৰ নাই(তথাপি) এন্ধাৰে মোলৈ ৰʼ লাগি চায়।। সমাজৰ নাটঘৰ,তেনেই উদং হয়আমাৰ ৰূপেৰে পঁজাতহাঁহিৰ পোহৰ যদিহে নেপায়।। কোনোবা কাহানি
বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে, চিঞৰেপ্ৰচণ্ড অগ্নিপিণ্ড; জ্বালাময়ী হৈ উৰেকিয় উৰে? পৃথিৱীতো নহয় প্ৰলয়ৰ আকাংক্ষীগণ-মানস নহয় ধ্বংসৰ প্ৰয়াসীতথাপিতো শিখা উৰেপ্ৰচণ্ড
বিংশ শতিকাৰ অস্তাকাশতদিনৰ চিতা জ্বলিবনে ?একবিংশ শতিকাৰ প্ৰথম প্ৰভাতেদিগন্ত উজ্বলাবনে ? উজলাব, উজলাব, উজলাব । দুটি শতিকাৰ সংগমে সংগমেআশা-নিৰাশাৰ গণনালুকাফাকু খেলি
বʼহাগৰ প্ৰথম পুৱানকৈ গাভৰু হোৱাএপাহি কপৌ ফুলেকাণে কাণে ভোমোৰাক যেন কʼলে:এ মই ফুলিলোঁ হেমোৰ পাতগাভৰুৰ মনকুমলীয়া মই একোকে নাজানোনুশুহিবা মধূকণ।
বʼহাগ মাথোঁ এটি ঋতু নহয়নহয় বʼহাগ এটি মাহঅসমীয়া জাতিৰ ই আয়ুস ৰেখাগণ জীৱনৰ ই সাহবʼহাগ মাথোঁ বিহুতলী নহয়নহয় ই নিশা
বহুদিনৰ আগতেগধূলিৰে পৰতেতোমাৰ ৰূপহ শিখা দেখাআজিও পৰে মনত হে।মোৰে সৰু পঁজাতেনেমেলা খিৰিকীতেতুমি আহি মাত দিলাধুনীয়া নিশাতে কʼলীয়া ধুমুহাৰেশত শত বিপদেতোমাৰ মোৰ
বনৰে পখীটিতোমাৰ লগৰীয়া, আমাৰে জোনটিপদুমৰ কলিটি!তোমাৰ লগৰীয়া আমাৰে জোনটি, সোণটিঅʼ অʼ জোনটি। আমাৰ তপোবনৰ ধুনীয়া ধনটি, সোণটি।তুমি শকুন্তলাৰ হিয়াৰ মাণিকজিলমিল