বনজুই বনতহে জ্বলে
বনজুই বনতহে জ্বলে দেখা পোৱা যায়মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে’। হিটলাৰৰ জোতাৰ শৱদ হে’ গিৰিপ গাৰাপ চলেইহুদী নিধন পৰ্ব […]

বুকু হম হম কৰেমোৰ আই কোনে নিদ্রা হৰেমোৰ আই পুত্র হৈ মই কি মতে তৰোঁ? আই, তোৰে হৈ মই মৰোঁ । দেশৰে চন্দ্রমা কাল এন্ধাৰে