কান্দিছনো কিয়

কান্দিছনো কিয় ? কান্দিছনো কিয় ?কান্দিছনো কিয় ?সংগ্ৰাম জীৱনৰ যদি এটি নামসংগ্ৰাম হওক তোৰ প্ৰিয়,দুহাতেৰে চকু দুটি ঢাকি ধৰি তইঅকলেই […]

কাজিৰঙা

কাজিৰঙা, কাজিৰঙাকাজিৰঙা ভয়াবহ নহয়নহয় ই অভয়াৰণ্যইয়াতকৈও ভয়াবহ জানাপৃথিৱীৰ জনঅৰণ্য। অৰণ্যই যুগে যুগে জন্ম দিলেসাধনাব্ৰতী ঋষি-মুনিকত শত জ্ঞানৰ আদৰ্শ দিলেদিলে কত

কাকিনী তামোলৰ

কাকিনী তামোলৰ শুৱনিকৈ পাণ,পদুলিমুখতে আছাঁ মাইজান,তুমি হাঁহি দিলাঁ, আমি হাঁহি দিলোঁসেই হাঁহিৰ খলকনিতএজাক শৰালি হাঁহ উৰি গʼলগৈ।। তামোল সজোৱা, চেনেহ

কাকনো সুঁৱৰি কিনো বিচাৰি

কাকনো সুঁৱৰি কিনো বিচাৰিখাৱ তই হাবাথুৰি।ৰৈ ৰৈ হেৰʼ হুমুনিয়া কাঢ়বুকু উঠে গুমৰি গুমৰি।। কাৰ অভিশাপে কি অনুতাপেমন উঠে শোকেৰে ভৰিকাক

কঁহুৱা বন

কঁহুৱা বন মোৰ অশান্ত মনআলফুল হাতেৰে লোৱা সাৱটি।এটি এটি ক্ষণ যেন মুকুতাৰে ধনএনেয়ে হেৰুৱালে নাহে উভতি নীলা আকাশৰ একোটি তৰাহঠাতে খহি

কঁহুৱা কোমল

কঁহুৱা কোমল উশাহ মোৰবন্ধ হʼব খুজিছে,বন্ধ আকাশ গলি গলিহেবন্দিনী ৰূপে আহিছে।। উশাহ কিহৰমিঠা মৰমৰআকাশ কিহৰমিঠা প্ৰণয়ৰব্যাখ্যা কৰাৰ চেষ্টা মিঠাপিছে দুটি

কলিৰ কৃষ্ণ

‘কলিৰ কৃষ্ণ’ বুলি নোজোকাবা‘কৃষ্ণ’ ‘কৃষ্ণ’ বুলি নোজোকাবা মোকমইতো তোমাক আজি মতা নাই ৰাধা বুলি ।“কলিৰ কৃষ্ণ’ বুলি নোজোকোবা মোক ‘কলিৰ কৃষ্ণ’

কুলিটোৱে বাৰে বাৰে কান্দে

কুলিটোৱে বাৰে বাৰে কান্দেতাঁতশালত শিপিনী থৰ লাগেঘনেপতি ৰাঁচ নচলেদোৰপতি মাকো থমকেমাধৈমালতি ফুলিও নুফুলেঢেঁকী থমকি ৰয়মঘাই ওজা নাই। গোনা ম’হৰ যুঁজ

কপিলী কপিলী

কপিলী কপিলীৰাংঢালী ছোৱালীমহিমা বুজাকে টান ।কপিলী কপিলীতই  হৈ বাউলীবাৰিষাত মাৰিলি ধান ।। কপিলী কপিলী, গাভৰু ছোৱালীচঞ্চলা নাই তোৰ মান ।কপিলী

কপিঁ উঠে কিয় তাজমহল

মহিলাঃ হায় হায় হায়দুয়োঃ কঁপি উঠে কিয় তাজমহল ?         পুৱতি নিশাৰ আজানৰ সʼতে আজানপুৰুষঃ যমুনাত তুলি          শত-ধুমুহাৰ কোলাহল          তাজমহল! তাজমহল!!

 
Scroll to Top