আ

আ

আজি জীৱন বুটলিবি

(এই গীত ইতিবাচকএই গীত মোৰ মনৰ প্ৰকাশউদ্দেশ্য : হেজাৰ জনৰ ই প্ৰকাশ হওক ) আজি জীৱন বুটলিবিহাঁহি হাঁহি আহ্‌আজি মৰণ

আ

আজি কি আনন্দ

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দতপূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ওঠৰশ ছয়ানব্বৈত হেʼ লক্ষীকান্তৰ গৃহতপূজা পাতি হৰিশ্চন্দ্ৰ কৰে

আ

আগলি বাঁহৰে, লাহৰী গগনা

আগলি বাঁহৰে, লাহৰী গগনাবাজি উঠিল কিয়?আগলি কলৰে, এখিলানো পাতকঁপি উঠিল কিয়?মুকুতিৰ উৰুলি শুনি। অহঙ্কাৰী ৰজাৰ নগৰীকংকাল হʼল কিয়?বন্দীশালৰ শিকলিবোৰছিগি পৰিল

আ

আকাশী যানেৰে

 আকাশী যানেৰেউৰণীয়া মনেৰেদোকমোকালিতেপশ্চিমৰে পৰা, বঙ্গৰে পৰামাৰিলো উ…ৰা…..।মোৰ লক্ষ্যস্থান হ’ল তেজপুৰআকাশী যানেৰে ৷ মই লাহে লাহে ধৰিত্রী এৰিলোঁমই উৰি উৰি মেঘতে

আ

আকাশী গংগা বিচৰা নাই

আকাশী গংগা বিচৰা নাইনাই বিচৰা স্বর্ণ অলংকাৰনিষ্ঠুৰ জীৱনৰ সংগ্রামতবিচাৰোঁ মৰমৰ মাত এষাৰ ।  মহা মহা সাগৰৰেকতনা লহৰ লেখিলোঁমহা মহা নগৰীতেকতনা

আ

আকাশ সাৱটি নামিলোঁ

সুধাকন্ঠৰ দ্বাৰা ৰচিত অন্তিমটো গীত (নিজৰাপাৰ,‌ ২০০৭ চন) আকাশ সাৱটি নামিলোঁ সাগৰতবুকুত কঢ়িয়ালোঁ আগ্নেয়গিৰি ৷শব্দৰ বৰষুণে ধৰিলে সাবটিকন্ঠত সুৰৰ অনন্ত

আ

আকাশ বিশাল

আকাশ বিশাল সাগৰ বিশালতাতোকৈ বিশাল মাতৃ-হৃদয়পশু-পক্ষী বা নৰ-নাৰীৰমাতৃৰ স্নেহমায়া চিৰ মধুময়।। মাতৃৰ প্ৰতি ধনী-দুখীয়াৰমায়া-মমতা একেটাইমাথোঁ ভিন্ন ৰূপে স্নেহ প্ৰকাশেহৈ নিঃস্বাৰ্থ

আ

আই সৰস্বতী অ

পাত গাভৰু : আই সৰস্বতী অ’ —-ৰংফুল বকুলী !তোমালৈ মানি যাওঁ কি ! মাজ বয়সীয়া পুৰুষ : বোলো কি ? পাত গাভৰু 

আ

আহ্ আহ্ ওলাই আহ্ সজাগ জনতা

আহ্ আহ্ ওলাই আহ্সজাগ জনতাআহ্ আহ্ ওলাই আহ্ পোহৰ আনোতাৰামৰে দেশতে থকা ৰাৱণ বধোঁতেযায় যদি যায় জীৱনতো যাক ! সমুখৰে

 
Scroll to Top