শ

শ

শ্যামকানু  সত্যৰ মৰণ নাই

শ্যামকানু  সত্যৰ মৰণ নাইসাধিলে হেৰোৱা বস্তু, হাততে যে পায়।(ঐ ৰাম) স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাইমাতৃৰ বুকু ভৰে যেবে

শ

শ্বিলঙৰে মনালিছা লিংডো

শ্বিলঙৰে মনালিছা লিংডোতোমাৰ হাতৰ গীতাৰখনিতহিলিবিলি মিউজিক বজাই যোৱাঁ ।। মনালিছা মনালিছা মানালিছা,তোমাক স্ৰজিলে কোন লিওনাৰ্ডোইকেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া? মনত

শ

শ্বিলঙৰে গধূলি

শ্বিলঙৰে গধূলিসপোন চহৰৰ মৰমী শৰতৰসোঁৱৰণি সোণালী ।শ্বিলঙৰে গধূলি..  ৰঙীন বজাৰৰ পাৰ হৈ হৈশুদাকৈ ভৰিৰে দূবৰি গছকি গৈসৰু সৰু জিৰজিৰিয়া নিজৰাৰ পাৰতেহাঁহি

শ

শ্বহীদ প্ৰণামো তোমাক

কথা : এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যি সকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম : “শ্বহীদ প্ৰণামো তোমাক”

শ

শ্বমা থাকিলে

গীত: শ্বমা থাকিলেজৰুৰ জৰুৰপৰৱানা যে আহিব‍ইকথা: বাহ্ বাহ্ বাহ্ বাহ্ চাচাদৰ্জী মানুহ কি গাম।গীত: শ্বমা থাকিলেজৰুৰ জৰুৰপৰৱানা যে আহিব‍ই।বিজুলী দেখিলে

শ

শব্দ আৰু সুৰৰ পৃথিৱীত

শব্দ আৰু সুৰৰ পৃথিৱীতধেমালি কৰিলোঁ নানা মুদ্ৰাৰেনিৰানন্দ আৰু মহানন্দে মইসত্যক ফঁহিয়ালোঁ জীৱনবোধেৰে। মই জীয়াই আছোঁসময়ৰ আগে আগেআত্মপ্ৰত্যয়ৰ বাবেসাধাৰণৰ মাজতেই থাকিমঅসাধাৰণভাৱে।

শ

শুনা শুনা হে

শুনা শুনা হেশুনা পাতি কাণ,বিজ্ঞানসন্মত বনভূমিৰ অৱদান।।দূৰৈৰ বন ভূমিত সৌসুৰুয ভৈলা দৃষ্টসূৰুযৰ জ্যোতিৰে বনভৈলা পৰিপুষ্ট।।বন এক কাৰখানাজ্যোতি প্ৰপাতৰঅম্লজান বাষ্প সৃষ্টিকৰে

শ

শতিকাৰ ৰূপ খেদোঁ

শতিকাৰ ৰূপ খেদোঁকিবা যেন বিচাৰিখোজ মোৰ নিতে আগুৱায়মিছা এন্ধাৰে চকু ভাগৰায়বুকুৰ পোহৰৰে শিখা বাঢ়ি যায়।। দিগ্‌বলয়ৰ বাটেৰেবগাকৈ মন বগকুঁৱলী ফালি

শ

শংকৰ-মাধবৰ মহা সৃষ্টি

শংকৰ-মাধৱৰ মহা মহা সৃষ্টিৰেউজ্জ্বল লুইতৰে পাৰকতজনে শলাগিলে অসমীয়া লিখনিপদ্ম গোহাঞি বৰুৱাৰ।।বড়ো-ৰাভা মিচিঙৰ ৰূপে ৰসে ভৰপূৰজীয়া জীয়া আমাৰ ভাষাৰ।লিখাবোৰ কিয় বাৰু

 
Scroll to Top