ব

ব

বিহুটি বছৰি আহিবা

(আগকথা – অসমীয়া জাতিটোৰ আয়ুস ৰেখা বিহুটিক হাতযোৰ কৰি অনুৰোধ কৰা হৈছে। বিহুটি ঐ বছৰি আহিবা । অসমী আইকে জগাবাচোন

ব

বিস্তীৰ্ণ পাৰৰে

বিস্তীৰ্ণ পাৰৰেঅসংখ্য জনৰে হাঁহাকাৰ শুনিওনিঃশব্দে নিৰৱেবুঢ়া লুইত তুমিবুঢ়া লুইত বোৱাঁ কিয় ? নৈতিকতাৰ স্খলন দেখিওমানৱতাৰ পতন দেখিওনিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় জ্ঞানবিহীন

ব

বিমূৰ্ত মোৰ নিশাতি যেন

বিমূৰ্ত মোৰ নিশাতি যেনমৌনতাৰ সূতাৰে বোৱাএখনি নীলা চাদৰ ।এখনি নীলা চাদৰ..তাৰেই এটি মিঠা ভাঁজতনিশ্বাসৰে উমআৰু জীয়া জীয়া আদৰ্এখনি নীলা চাদৰ।

ব

বিজুলীৰ পোহৰ মোৰ নাই

বিজুলীৰ পোহৰ মোৰ নাই(তথাপি) এন্ধাৰে মোলৈ ৰʼ লাগি চায়।। সমাজৰ নাটঘৰ,তেনেই উদং হয়আমাৰ ৰূপেৰে পঁজাতহাঁহিৰ পোহৰ যদিহে নেপায়।। কোনোবা কাহানি

ব

বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে

বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে, চিঞৰেপ্ৰচণ্ড অগ্নিপিণ্ড; জ্বালাময়ী হৈ উৰেকিয় উৰে? পৃথিৱীতো নহয় প্ৰলয়ৰ আকাংক্ষীগণ-মানস নহয় ধ্বংসৰ প্ৰয়াসীতথাপিতো শিখা উৰেপ্ৰচণ্ড

ব

বিংশ শতিকাৰ অস্তাকাশত

বিংশ শতিকাৰ অস্তাকাশতদিনৰ চিতা জ্বলিবনে ?একবিংশ শতিকাৰ প্ৰথম প্ৰভাতেদিগন্ত উজ্বলাবনে ? উজলাব, উজলাব, উজলাব । দুটি শতিকাৰ সংগমে সংগমেআশা-নিৰাশাৰ গণনালুকাফাকু খেলি

ব

বʼহাগৰ প্ৰথম পুৱা

বʼহাগৰ প্ৰথম পুৱানকৈ গাভৰু হোৱাএপাহি কপৌ ফুলেকাণে কাণে ভোমোৰাক যেন কʼলে:এ মই ফুলিলোঁ হেমোৰ পাতগাভৰুৰ মনকুমলীয়া মই একোকে নাজানোনুশুহিবা মধূকণ।

ব

বʼহাগ মাথোঁ এটি ঋতু নহয়

বʼহাগ মাথোঁ এটি ঋতু নহয়নহয় বʼহাগ এটি মাহঅসমীয়া জাতিৰ ই আয়ুস ৰেখাগণ জীৱনৰ ই সাহবʼহাগ মাথোঁ বিহুতলী নহয়নহয় ই নিশা

ব

বহুদিনৰ আগতে

বহুদিনৰ আগতেগধূলিৰে পৰতেতোমাৰ ৰূপহ শিখা দেখাআজিও পৰে মনত হে।মোৰে সৰু পঁজাতেনেমেলা খিৰিকীতেতুমি আহি মাত দিলাধুনীয়া নিশাতে কʼলীয়া ধুমুহাৰেশত শত বিপদেতোমাৰ মোৰ

ব

বনৰে পখীটি

বনৰে পখীটিতোমাৰ লগৰীয়া, আমাৰে জোনটিপদুমৰ কলিটি!তোমাৰ লগৰীয়া আমাৰে জোনটি, সোণটিঅʼ অʼ জোনটি। আমাৰ তপোবনৰ ধুনীয়া ধনটি, সোণটি।তুমি শকুন্তলাৰ হিয়াৰ মাণিকজিলমিল

 
Scroll to Top