বিস্তীর্ণ দুপারের
বিস্তীর্ণ দুপারের, অসংখ্য মানুষের-হাহাকার শুনেও,নিঃশব্দে নীরবে- ও গঙ্গা তুমি-গঙ্গা বইছ কেন? বিস্তীর্ণ দুপারের, অসংখ্য মানুষের-হাহাকার শুনেও,নিঃশব্দে নীরবে- ও গঙ্গা তুমি-গঙ্গা […]
বিস্তীর্ণ দুপারের, অসংখ্য মানুষের-হাহাকার শুনেও,নিঃশব্দে নীরবে- ও গঙ্গা তুমি-গঙ্গা বইছ কেন? বিস্তীর্ণ দুপারের, অসংখ্য মানুষের-হাহাকার শুনেও,নিঃশব্দে নীরবে- ও গঙ্গা তুমি-গঙ্গা […]
কথা ঃ ডেকা ঃ ককাই – অসমৰ আকাশত সেইয়া কাকতৰ চিয়া নে, বৰদৈচিলা? গীত ঃ ডেকা ঃ বৰদৈচিলা নে, সৰুদৈচিলা নে অসমৰ আকাশত বৰ
ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালেচন্দ্ৰৰ বুকুলৈ মানুহ যাবলেʼ ওলালে ।মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলেʼআমি অকণি ওলামেই দলে দলে
বিৰাজে কি সাজেপ্ৰকৃতিৰে জীয়ৰীমিলন দেখি হাঁসে সখিনিজকে পাহৰি। শোক তাপ নিৰানন্দৰ আজি পৰিল অন্ত।ৰঙে-ৰঙে ভৰিল আজি মনৰে দিগন্ত।। শকুন্তলা দুষ্মন্তৰে
বিহুৰেনো বিৰিণা —অ’ আইতাঅ’ নাচনীৰ কলাফুল লৰেবিহুৰেনো বিৰিণা —অ’ আইতাকেৰু মণি থুৰিয়াপাতে সমনীয়া —অ’ আইতাতুমি আমাৰ যুৰীয়াব’হাগতে পাতি যাওঁ বিয়া
বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গʼলপাতে সমনীয়া দেশৰ নেতা ৰজা হʼলকথা :– তেতিয়া কি হʼল?বিহুৰে বিৰিণা পাত হেনয়া পইচা
(আগকথা – অসমীয়া জাতিটোৰ আয়ুস ৰেখা বিহুটিক হাতযোৰ কৰি অনুৰোধ কৰা হৈছে। বিহুটি ঐ বছৰি আহিবা । অসমী আইকে জগাবাচোন
বিস্তীৰ্ণ পাৰৰেঅসংখ্য জনৰে হাঁহাকাৰ শুনিওনিঃশব্দে নিৰৱেবুঢ়া লুইত তুমিবুঢ়া লুইত বোৱাঁ কিয় ? নৈতিকতাৰ স্খলন দেখিওমানৱতাৰ পতন দেখিওনিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় জ্ঞানবিহীন
বিমূৰ্ত মোৰ নিশাতি যেনমৌনতাৰ সূতাৰে বোৱাএখনি নীলা চাদৰ ।এখনি নীলা চাদৰ..তাৰেই এটি মিঠা ভাঁজতনিশ্বাসৰে উমআৰু জীয়া জীয়া আদৰ্এখনি নীলা চাদৰ।
বিজুলীৰ পোহৰ মোৰ নাই(তথাপি) এন্ধাৰে মোলৈ ৰʼ লাগি চায়।। সমাজৰ নাটঘৰ,তেনেই উদং হয়আমাৰ ৰূপেৰে পঁজাতহাঁহিৰ পোহৰ যদিহে নেপায়।। কোনোবা কাহানি