চৰাইপুঙৰ কপৌ চৰাই

চৰাইপুঙৰ কপৌ চৰাইজাকে জাকে উৰে।নতুন নতুন মনৰ মানুহনতুন ৰূপ ধৰে।জিগিজা গিজাও জিগিজা গিজাওৰঙা জবা ফুলকেঁচা তেজ বিচাৰি কোন বিয়াকুল।। দুই […]

চৰাই চিকুণ অʼ লীলা

চৰাই চিকুণ অʼ লীলা ৰহিলাতেলিয়া সাৰেং অʼ লীলা ৰহিলামাছৰ চিকুণে মালি লীলা ৰহিলাআকৌ এদিন আহিলা,আহিয়ে যে গʼলাগৈদিলা তামোল এখনি খালা

চেনেহীৰ ফটা ৰিহা

ডেকা :- চেনেহীৰ ফটা ৰিহা–ফুলে জকেমকেউৰি যায় বতাহৰ আগত, বোলোঁ আগত;গাভৰু :– নেখাই চাৰি সাঁজো থাকিব পাৰোঁ মইবʼহাগৰ বিহুৰে লগত

চেনাই মোৰ অʼ

গাভৰু : চেনাই মোৰ অʼগাভৰু কালতে এজনী আছিলোঁফুলক নুবুলিলো ফুলথুৰীয়া তামোলে কোচে নধৰিছিলখোপায় নধৰিছিল ফুল। পুৰুষ : নৱমী অʼতেল পৰি

চিৰযুগমীয়া ঢৌ তুলি

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলিচিৰ নতুন পানচৈ উটি যায় ।জিলমিলীয়া ঢৌ তুলি ঢৌ তুলিসময় নদীত পট আকিঁ আকিঁ যায় ।অনু-পৰমাণু

চিয়াঙৰে গালং

চিয়াঙৰে গালং লৌহিতৰে খামটি টিৰাপৰে ৱাংঞ্চুৱে মোক কিয় মাতিছে ? অসমীৰে পদূলি উদুলি যে মুদুলি মৰম চেনেহৰে হাট বহিছে আপাটানী ভনিটী

চিনাকি মোৰ মনৰ মানুহ

চিনাকি ——–চিনাকি মোৰ মনৰ মানুহতোমাৰ বাবেই জনম লভিছোঁ।তোমাৰ ঘাটৰ বিপৰীতেনাওখনি মোৰ বান্ধিছোঁ;তুমি দেখিছানে নাই মই নাজানিলোকথা : – নেজানিলোঁগধুলি প্ৰহৰ

চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰলেখা চিত্ৰলেখাচিত্ৰ এখন আঁকানাচিত্ৰপটত চিন্তাশীল একচিন্তানায়ক আঁকানা জনজীৱনৰেৰং শুকুলামন জীৱনৰেগভীৰ নীলাপাত্ৰ দুটি সজাই লোৱাঁদুয়োটি ৰং মিলাই লোৱাতুলিকা তুলি লোৱানা!!চিত্ৰলেখা চিত্ৰলেখাচিত্ৰ এখন

চয়নিকা চয়নিকা

গাভৰু :- চয়নিকাচয়নিকা চয়নিকা চয়নিকা চয়নিকাডেকা:- একবিংশ শতিকা আহিল দেখোনআহিলেই দেখোঁ চয়নিকা—গাভৰু :- নতুন শতিকাক সাবটি লʼবলৈসাজু হোৱা চয়নিকা।।চয়নিকা চয়নিকাগাভৰু

 
Scroll to Top