কাহিনী এটি লিখাঁ
কাহিনী এটি লিখাঁ সেৱাৰ বিষয়েকৈছিলোঁ বহু বহু বাৰ বন্ধু লিখক, তুমি নুশুনিলা দেখুৱালা মাথোঁ অহঙ্কাৰ। সঁচা নায়ক বিচাৰি বিচাৰিতাহানি যে […]
কাহিনী এটি লিখাঁ সেৱাৰ বিষয়েকৈছিলোঁ বহু বহু বাৰ বন্ধু লিখক, তুমি নুশুনিলা দেখুৱালা মাথোঁ অহঙ্কাৰ। সঁচা নায়ক বিচাৰি বিচাৰিতাহানি যে […]
সৌ কাজল কাজল মেঘ সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই, সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চাই,
কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । পাহৰণি কুঁৱলীনিৰৱ সিপাৰেপৰি আছোএকাধিক শতাব্দী ধৰি,পৰি আছো। কুঁৱলী কুঁৱলী কি সপোন ভাঙিলিঅতীতৰ
কৰ্মই আমাৰ ধৰ্মকৰ্মই আমাৰ ধৰ্মআমি জীৱন-যুঁজত জিকিব লাগিবপিন্ধি সাহসৰ বৰ্ম। স্বাৰ্থপৰৰ লোলুপ আশা,আমি কৰিম খৰ্বমহামানৱৰ বাণী শিৰে লৈনাশিম যুঁজৰ গৰ্ব।
ভূঃ হাঃ — কথা :- কʼৰবাত যদি সৰগ আছেতেনে এইয়ে সৰগহামি হাস্তহামি হাস্তঅনুৰাধা :– সৰগ নামিছেভূঃ হাঃ — ভূস্বৰ্গতকোন বেলি
কোনে জানে তোমাৰ সপোনহ’ব নে পূৰণ ?আকাশতে থকাজনেলিখে কপালৰ লিখন | জীৱনৰে ছবি আঁকিকোনে সজাই দিব ?আকাশতে থকাজনেলিখে কপালৰ লিখন
কোনে কয় মই অকলশৰীয়ামই আৰু মোৰ ছাঁদুয়ো দুয়োৰে লগৰীয়াপৃথিৱী নক’বা মই অকলশৰীয়া সংগীহীনতামোৰেই সংগীবুলি কিয় তুমি উপহাস কৰিছা ?মই আৰু
নায়ক: কোন চিত্ৰলেখীয়ে এয়া ছবি আঁকে?চাওঁ ছবিত নো কোন ৰাজকোঁৱৰ থাকে?(ময়েই থাকিম নিশ্বয়) নায়িকা: (ইঃ বৰ অনিৰুদ্ধ কোঁৱৰ ওলাইছে !)মোক
কোন এই ললনামাথোঁ কৰে ছলনাধৰা দেখোঁ দিযা নাই,দিযা নাই,দিযা নাই। চাই অতীতৰ কোনো ছায়ানে বৰ্তমানৰ কায়ানে অনাগত ভৱিষ্যতসাঁথৰ ভৰা মায়াবুজা