অʼ সুৰ খেলিমেলি হʼল
অʼ সুৰ খেলিমেলি হʼলগৰখীয়া কেনি গʼল?অʼ গৰখীয়া কেনি গʼল? উদং পথাৰ উদং মনৰগৰখীয়া কেনি গʼল ?উদং কৰা মনৰে মৰমবুকুতে বাজি […]
অʼ সুৰ খেলিমেলি হʼলগৰখীয়া কেনি গʼল?অʼ গৰখীয়া কেনি গʼল? উদং পথাৰ উদং মনৰগৰখীয়া কেনি গʼল ?উদং কৰা মনৰে মৰমবুকুতে বাজি […]
নাৱৰীয়া ১মঃ– অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ, শুনা এন্ধাৰ ইটো পাৰ কাল ধুমুহাই ঢাকে আকাশ কৰাচোন সিপাৰ (মোক) কৰাচোন সিপাৰ।
অʼ মোৰ ভৈয়াই, অʼ মোৰ ভনীটিপুৰণি অসমৰ আকাশখনিতগৌৰৱৰ পোহৰ ঐ ৰমকে-জমকেসোণালী সৰু-বৰ তৰা জিলিকেলাৱনি মিচিকি হাঁহিটি চমকেহায় হায় হায় হায়
(কথাঃ তাইৰ ডেকা বন্ধু অতীতৰ কথা ভাবি ভাগৰি পৰিছে। তাই কিন্তু ডেকা বন্ধুক কৈছে,– শুভ আঁচনি লৈ আগ বাঢ়া, পিচলৈ
কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱেধৰিছিল নামৰে তান,নামৰে সুৰতে আনন্দত নাচিছিলপৱিত্ৰ বৰদোৱা থান,মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান। অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰধৰমৰ
বোলোঁ…অʼ মিচিং ডেকাটিবজালি যে পেম্পাটিসুৰেৰে সজালি দেখোঁদিচাংমুখৰ নিশাটি। মিবু গালুক চোলাটিপেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?মূৰত দেখো দুমেৰ দি গামোচা আঁটিলিআৰু তোৰে
অʼ মালতী কথা এটিকওঁ শুনা কাণ পাতি —মোৰ হেনো বিয়া হʼব এইটো বʼহাগতে।মোৰ বুকুখনি ধৰেফৰায়নতুন উলাহতে।। সেই যে এবাৰ দেখিছিলোঁ
অʼ ভাৰতৰে পঁজা ঘৰতনৈৰ পাৰতসোণ পথাৰতবাজক সুখৰ বাঁহীবাজক সুখৰ বাঁহী। পঞ্চনদী গোদাবৰীমহানদী আৰু কাবেৰীৰসোঁতত উঠক ভাঁহিপৃথিৱী ঘূৰিবহু ফুৰি,এই ভাৰতৰ চৰণ
অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে!স্বাধীনচিতীয়া দলভাৰতী স্বাধীন হʼল। ঘিট্মিট্ এন্ধাৰ কংকালসাৰঅতীত অন্ত হʼল।অতীত নাশি নৱ জেউতিজিল্মিলায় জল্মল্।। অগ্ৰদূত সৱে যাম আগুৱাইতৰংগ
অʼ বান্ধৈ তাঁতৰ শালৰ শিপিনীঅʼ বান্ধৈ ৰাধা নে অʼ ৰুক্মিণীঅʼ বান্ধৈ বিজুলিৰে চাৱনিদেখি মনে ৰাইজাই কৰে।। অʼ বান্ধৈ হোজা-চহা ডেকা