Author name: admin1

য

যা: যাগৈ জীৱনৰ

যা: যাগৈ …জীৱনৰ যোৱা দিনবোৰ  যা: আমনি নকৰিবি !!         যা: যাগৈ …         পুৰণি গোৱা গীতবোৰ         যা: অগনি নজ্বলাবি !!মিঠা মিঠা

ল

লুইতপৰীয়া ডেকা বন্ধু

লুইতপৰীয়া ডেকা বন্ধুতোমাৰ তুলনা নাইজীয়াই থকাৰ য়ুঁজত নামিছামৃত্য়ু শপতে খাই। পুৰণি পুৰুষে হাত সাৱটিবহুতো হেৰুৱালেউদাৰতাক শতৰুৱেদুৰ্বলতা বুলি ল’লে।আজি বজ্ৰৰ দৰে

ল

লুইতত ভোটোঙাই ওলাল শিহু

কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি।গীতঃ লুইতত ভোটোঙাই ওলাল শিহুআজি বোলে ৰঙালী বিহু বিহু।যেন লেতেকুৰে থোকধেমালি চাই যা ধেমালি চা।সমাজৰ

ল

লুইততে মোৰ ঘৰ

লুইততে মোৰ ঘৰলুইতেই মোৰ পৰলুইতে যে ভাঙে গঢ়েসপোন মৰমৰ।। আশাৰ বালিচৰত এদিনতুমি হʼলা মোৰএখনি নাৱতে দুয়োহৈছিলো বিভোৰ ।আজি কিয় গুচি

ল

লুইতৰ পাৰ দুটি

লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতিজ্বলি শত দেৱালীৰ বন্তিআহিব কাতিৰে মাহটিদূৰতে দেৱালীৰ বন্তি । অʼ ভৰা বৰলুইতত লুইতপৰীয়াটুলুঙা নাৱতে অকলশৰীয়াআমাৰে

ল

লিয়েনমাকাও

লিয়েনমাকাও–লিয়েনমাকাওকোনকোন পাহাৰ শিখৰতেবাট চাইছা ?সুৰৰ পঁজা কিয় উদং ৰাখিমঅকলশৰে মই কিমান কান্দিমতাকে একমনে ভাবিছাঁ । চুলিটাৰি—চুলিটাৰিতাতেতাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছাসেই

ঝ

ঝক্ ঝক্ ৰেল চলে

ঝক্‌ ঝক্‌ ৰেল চলে মোৰৰেল চলে মোৰ ৰেল চলেসাম্য ৰিঙিয়ায়শান্তি উকিয়াই ৰেল চলে।। ফায়াৰমেন্‌ মইদপ দপ অগনিৰতেজ ৰঙা বৰণৰকয়লাৰ পাত্ৰহাতেৰে খামুচি

জ

জোনাকৰে ৰাতি

(কণ্ঠ – লতা মংগেছকাৰ) জোনাকৰে ৰাতিঅসমীৰে মাটিজিলিকি জিলিকি পৰেমলয়াৰে এছাটিদুহাতে সাবটিধুনীয়া মালতী সৰে ৷।         এইখন দেশ মোৰতেনেই আপোন,নিতে নিতে

জ

জোনাকী পৰুৱা

জোনাকী পৰুৱাৰ পোহৰ পোহৰে;প্ৰতিভা বৰুৱাই অকলে আগুৱাই। এখুজি দুখুজি,লাজুকী গতিৰেহৰিণী লেখিয়া,থমকি কিয় ৰয়? সিফালৰ পৰা সৌদিগন্ত ওলালেপ্ৰতিভাই আৱেগতসাবটি ধৰিলে,লাজতে মৰহি

জ

জোনাই যেন

জোনাই যেন জোনাকত গা ধুইছিলনৈৰ সোঁতে যেন তাইক উটুৱাই নিছিলখৰস্ত্ৰোতা নৈত তাই গা এৰিছিলঅচিনাকি বলুকাত লাগি ৰৈছিলবোকাৰ পুতলা যেন তাই

 
Scroll to Top