Author name: admin1

ম

মাঘত দেখোঁ উৰুকা নহয়

মাঘত দেখোঁ উৰুকা নহয়                তুমি নহʼলেবʼহাগ বিহুত বিহু-ঢোল নেবাজে                তুমি নহʼলে,তুমি নহʼলে  তুমি নহʼলে। শাৰদী পুৱা কঁহুৱা নুফুলে                তুমি নহʼলেএন্ধাৰ

ন

নৱ নৱ বহাগ আহে

নৱ নৱ বʼহাগ আহেসৰু ফুলে মিচিকি হাঁহেমনে তোমাক ধিয়ায়। নৱ নৱ মিলন নিশাৰসৰু তৰা জকেমকায়মনে তোমাক ধিয়ায়। স্বপ্ন হৈ ৰচনাতমেদিনীৰ

ন

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনাপাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনানেকান্দিবা কইনা। আনৰে সোণ লুকুৱাবলৈ – পিতায়ে শিক্ষা নিদিলেসমাজৰ

ন

নিশাৰ এন্ধাৰ পোহৰালে কোনে

নিশাৰ এন্ধাৰ পোহৰালে কোনে?দূৰ আকাশৰ ৰূপালী জোনে।উদং কোলা মোৰ পূৰালেহি কোনে ?দূৰ আকাশৰ মৰমী জোনে।। অপূৰ্ণ মোৰ বাসনাবোৰজ্যোতিৰে ভৰি গʼলমোৰ

ন

নামি আঁহা সুন্দৰৰ সেনা

নামি আহাঁ সুন্দৰৰে সেনা শিল্পী দলএৰা সপোন ধেমালিবাধা যদি নিদিয়া পিশাচী এন্ধাৰকধৰা হʼব ৰণেৰে ৰাঙলী।বাটে পথে যায় চোৱাঁ সৌৱা পালে

ন

নতুন পুৰুষ নতুন পুৰুষ

নতুন পুৰুষ নতুন পুৰুষতুমিতো নোহোৱাঁ আৰু ভীৰু কাপুৰুষহাতে কামে আজি যদি নোহোৱা পুৰুষকাইলৈ হʼবা তুমি পুৰণি পুৰুষ।অগণন উজ্জ্বল ডেকা সু-পুৰুষআৰু

ন

নতুন নতুন সাহ

(কণ্ঠ – সমবেত) নতুন নতুন সাহ, আহিল নতুন সাহআমাৰ বহল বুকুতে।বগলীৰে বগা পাখি জিলিকে আকাশতে,জা-জাবৰ চিকুণাওঁ আমাৰ আপোন হাতে।। মৰা

ন

নাই নাই নাই হেনো

নাই নাই নাই হেনো আমাৰ আপোন শাস্ত্ৰীতাছখণ্ডতে হʼল শান্তি পথযাত্ৰী। নিঃকিন শৈশৱে সংগ্ৰামী সাজিলেসংগ্ৰামী যৌৱনে সাত্ত্বিক সাজিলে। ভাৰততে ঐতিহ্যৰ গূঢ়াৰ্থ

য

যদি জীৱনে কান্দে

যদি জীৱনে কান্দে ‘নাই নাই’ বুলি   যদি দুখতে উৰে ধৰণীৰ ধুলিনিৰাশাই আশাবোৰ ভাঙিব খুজিলে   মই গোৱা গীতটি গাবা ৷৷           এটি

য

যুগ যুগ ধৰি

যুগ যুগ ধৰি এচাম লোকেশোষণ কিমাননো কৰিব ?নতুন সুৰ্য্যক ক’লা ডাৱৰেআৰুনো কিমান ঢাকিব?সিহঁতে বুধিৰে মুখা পিন্ধি    ভুৱানো কিমান দিব ?সিহঁতৰ

 
Scroll to Top