Author name: admin1

যা: যাগৈ জীৱনৰ

যা: যাগৈ …জীৱনৰ যোৱা দিনবোৰ  যা: আমনি নকৰিবি !!         যা: যাগৈ …         পুৰণি গোৱা গীতবোৰ         যা: অগনি নজ্বলাবি !!মিঠা মিঠা […]

লুইতপৰীয়া ডেকা বন্ধু

লুইতপৰীয়া ডেকা বন্ধুতোমাৰ তুলনা নাইজীয়াই থকাৰ য়ুঁজত নামিছামৃত্য়ু শপতে খাই। পুৰণি পুৰুষে হাত সাৱটিবহুতো হেৰুৱালেউদাৰতাক শতৰুৱেদুৰ্বলতা বুলি ল’লে।আজি বজ্ৰৰ দৰে

লুইতত ভোটোঙাই ওলাল শিহু

কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি।গীতঃ লুইতত ভোটোঙাই ওলাল শিহুআজি বোলে ৰঙালী বিহু বিহু।যেন লেতেকুৰে থোকধেমালি চাই যা ধেমালি চা।সমাজৰ

লুইততে মোৰ ঘৰ

লুইততে মোৰ ঘৰলুইতেই মোৰ পৰলুইতে যে ভাঙে গঢ়েসপোন মৰমৰ।। আশাৰ বালিচৰত এদিনতুমি হʼলা মোৰএখনি নাৱতে দুয়োহৈছিলো বিভোৰ ।আজি কিয় গুচি

লুইতৰ পাৰ দুটি

লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতিজ্বলি শত দেৱালীৰ বন্তিআহিব কাতিৰে মাহটিদূৰতে দেৱালীৰ বন্তি । অʼ ভৰা বৰলুইতত লুইতপৰীয়াটুলুঙা নাৱতে অকলশৰীয়াআমাৰে

লিয়েনমাকাও

লিয়েনমাকাও–লিয়েনমাকাওকোনকোন পাহাৰ শিখৰতেবাট চাইছা ?সুৰৰ পঁজা কিয় উদং ৰাখিমঅকলশৰে মই কিমান কান্দিমতাকে একমনে ভাবিছাঁ । চুলিটাৰি—চুলিটাৰিতাতেতাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছাসেই

ঝক্ ঝক্ ৰেল চলে

ঝক্‌ ঝক্‌ ৰেল চলে মোৰৰেল চলে মোৰ ৰেল চলেসাম্য ৰিঙিয়ায়শান্তি উকিয়াই ৰেল চলে।। ফায়াৰমেন্‌ মইদপ দপ অগনিৰতেজ ৰঙা বৰণৰকয়লাৰ পাত্ৰহাতেৰে খামুচি

জোনাকৰে ৰাতি

(কণ্ঠ – লতা মংগেছকাৰ) জোনাকৰে ৰাতিঅসমীৰে মাটিজিলিকি জিলিকি পৰেমলয়াৰে এছাটিদুহাতে সাবটিধুনীয়া মালতী সৰে ৷।         এইখন দেশ মোৰতেনেই আপোন,নিতে নিতে

জোনাকী পৰুৱা

জোনাকী পৰুৱাৰ পোহৰ পোহৰে;প্ৰতিভা বৰুৱাই অকলে আগুৱাই। এখুজি দুখুজি,লাজুকী গতিৰেহৰিণী লেখিয়া,থমকি কিয় ৰয়? সিফালৰ পৰা সৌদিগন্ত ওলালেপ্ৰতিভাই আৱেগতসাবটি ধৰিলে,লাজতে মৰহি

জোনাই যেন

জোনাই যেন জোনাকত গা ধুইছিলনৈৰ সোঁতে যেন তাইক উটুৱাই নিছিলখৰস্ত্ৰোতা নৈত তাই গা এৰিছিলঅচিনাকি বলুকাত লাগি ৰৈছিলবোকাৰ পুতলা যেন তাই

 
Scroll to Top