Author name: admin1

মাঘত দেখোঁ উৰুকা নহয়

মাঘত দেখোঁ উৰুকা নহয়                তুমি নহʼলেবʼহাগ বিহুত বিহু-ঢোল নেবাজে                তুমি নহʼলে,তুমি নহʼলে  তুমি নহʼলে। শাৰদী পুৱা কঁহুৱা নুফুলে                তুমি নহʼলেএন্ধাৰ […]

নৱ নৱ বহাগ আহে

নৱ নৱ বʼহাগ আহেসৰু ফুলে মিচিকি হাঁহেমনে তোমাক ধিয়ায়। নৱ নৱ মিলন নিশাৰসৰু তৰা জকেমকায়মনে তোমাক ধিয়ায়। স্বপ্ন হৈ ৰচনাতমেদিনীৰ

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা

নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনাপাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনানেকান্দিবা কইনা। আনৰে সোণ লুকুৱাবলৈ – পিতায়ে শিক্ষা নিদিলেসমাজৰ

নিশাৰ এন্ধাৰ পোহৰালে কোনে

নিশাৰ এন্ধাৰ পোহৰালে কোনে?দূৰ আকাশৰ ৰূপালী জোনে।উদং কোলা মোৰ পূৰালেহি কোনে ?দূৰ আকাশৰ মৰমী জোনে।। অপূৰ্ণ মোৰ বাসনাবোৰজ্যোতিৰে ভৰি গʼলমোৰ

নামি আঁহা সুন্দৰৰ সেনা

নামি আহাঁ সুন্দৰৰে সেনা শিল্পী দলএৰা সপোন ধেমালিবাধা যদি নিদিয়া পিশাচী এন্ধাৰকধৰা হʼব ৰণেৰে ৰাঙলী।বাটে পথে যায় চোৱাঁ সৌৱা পালে

নতুন পুৰুষ নতুন পুৰুষ

নতুন পুৰুষ নতুন পুৰুষতুমিতো নোহোৱাঁ আৰু ভীৰু কাপুৰুষহাতে কামে আজি যদি নোহোৱা পুৰুষকাইলৈ হʼবা তুমি পুৰণি পুৰুষ।অগণন উজ্জ্বল ডেকা সু-পুৰুষআৰু

নতুন নতুন সাহ

(কণ্ঠ – সমবেত) নতুন নতুন সাহ, আহিল নতুন সাহআমাৰ বহল বুকুতে।বগলীৰে বগা পাখি জিলিকে আকাশতে,জা-জাবৰ চিকুণাওঁ আমাৰ আপোন হাতে।। মৰা

নাই নাই নাই হেনো

নাই নাই নাই হেনো আমাৰ আপোন শাস্ত্ৰীতাছখণ্ডতে হʼল শান্তি পথযাত্ৰী। নিঃকিন শৈশৱে সংগ্ৰামী সাজিলেসংগ্ৰামী যৌৱনে সাত্ত্বিক সাজিলে। ভাৰততে ঐতিহ্যৰ গূঢ়াৰ্থ

যদি জীৱনে কান্দে

যদি জীৱনে কান্দে ‘নাই নাই’ বুলি   যদি দুখতে উৰে ধৰণীৰ ধুলিনিৰাশাই আশাবোৰ ভাঙিব খুজিলে   মই গোৱা গীতটি গাবা ৷৷           এটি

যুগ যুগ ধৰি

যুগ যুগ ধৰি এচাম লোকেশোষণ কিমাননো কৰিব ?নতুন সুৰ্য্যক ক’লা ডাৱৰেআৰুনো কিমান ঢাকিব?সিহঁতে বুধিৰে মুখা পিন্ধি    ভুৱানো কিমান দিব ?সিহঁতৰ

 
Scroll to Top