প্ৰথম নহয় দ্বিতীয় নহয়
প্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমিজীৱন ৰেʼলৰ ডবাত আমিপ্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।। মাজে মাজে মাজেএই ৰেʼলে […]
প্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমিজীৱন ৰেʼলৰ ডবাত আমিপ্ৰথম নহয় দ্বিতীয় নহয়তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।। মাজে মাজে মাজেএই ৰেʼলে […]
প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনোমোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰনিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰোচকু মেলি
প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক- : ‘তোমাৰ প্ৰাপ্য কি কোৱা ?’মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কʼলো –: ‘তোমাৰ শক্তিখিনি দিয়াঁ।’বজ্ৰৰ গৰ্জনে
কথা :- মুখেন মাৰিতং জগত নীতিৰে ৰাজ্য চলাব নোৱাৰিৰাইজ আৰু ৰজাই মিলি কাম কৰিলেহে দেশখন বচাব পাৰি।।গীত :– পেহী অʼ
পীৰিতি নামৰে তিনিটি আখৰেকোনে কাটি গʼলে শিলতনজহে নপমে মৰিচা নপৰেজিলিকে বুকুৱা বিলত। লুইতৰ বালি তিয়াব নোৱাৰিনিজৰাই নিতিয়াই মানেভূটীয়া চাঙৰে ধুনীয়া
পিয়লী, পিয়লী! কʼতেনো লুকালিমুকুতি যুঁজৰ সেনাপতি?পৰেবতৰ শিখৰতে, ভৈয়ামৰ নামনিতেদেশৰে লʼৰা-বুঢ়াই উচুপিছে দিনে-ৰাতি;আমাৰ পিয়লী বোপাটিৰ নাভাঙিলে কাল ঘুমটিমৰণে লʼলে সাবটি। দেশৰে
পিতৃ গৃহ ত্যাগী আই মোৰপতি গৃহে যায়দুই পাৱ চলে যদিএক পিছুৱায়। মৃগ শিশুটিয়ে আইতোক এৰি নিদিয়েপিতৃ আৰু সখীদ্বয়েকোন সতে এৰে?
পাৰ ভাঙি দিলে শ্ৰীমন্ত শঙ্কৰেবহে ব্ৰহ্মাণ্ডক ভেদিতৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছেশান্তি অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰযাউতিযুগীয়া ৰূপতীৰ্থশ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰএক অনেকৰ প্ৰীতি-তীৰ্থশ্ৰীমন্ত
পাহাৰৰ সিপাৰে ধুনীয়া ৰহদৈয়েদুখৰে সুৰটি গায়বনগীত সুৰীয়া গীতৰে আঁৰতেচেনাইৰ কথাটি কয়বুকুহে হমে হমায়।পাহাৰৰ হৰিণী চকুযোৰ শুৱনিচকুলো বাগৰি যায়সুদূৰৰ চেনায়ে বুজিকে
পাহাৰ ভৈয়ামৰ সংগম থলীতেবন্ধু এজন মোৰ আছিল এদিনৰʼদালিৰে ভৰা সেইসোণালী সুদিন ।একেলগে খেলা পুৱা-গধূলি বেলাসেই শান্ত পাহাৰসেই ধ্বনি নিজৰাৰএকেলগে বজালোঁ