Author name: admin

আনৰ কাৰণে জীৱন-শলিতা

(আনক আনন্দ দিওতেবহু শিল্পীয়ে নিজকতিল তিলকৈ মাৰেতাৰ উল্লেখ জানো মোৰ গীতত নেথাকিব ।)আনৰ কাৰণেজীৱন-শলিতাকিমান জ্বলাবা আৰুআৰু কিমান বাকী আছে ? […]

আতঙ্কবাদ হুঁচিয়াৰ

আতঙ্ক ঘোৰ আতঙ্কআতঙ্কবাদ হুঁচিয়াৰসূৰ্য্যলোকত উজলিছেশান্তি সমাহাৰ।। অজস্ৰ জীৱন হ’ল যে নিধনকত বোৱাৰীয়ে হেৰুৱালে স্বজনযুগ যুগ ধৰি আমি আক্ৰান্ততথাপি নহওঁ আমি

আজি ব্রহ্মপুত্র হ’ল বহ্নিমান

 কথা :- মহা মিলনৰ তীৰ্থ এই ব্রহ্মপুত্রআজি বহ্নিমান কিয়? আজি ব্রহ্মপুত্র হ’ল বহ্নিমান ! মনৰ দিগন্তত ধোঁৱা উৰে,আকাশত পপীয়া তৰা ঘূৰেপদে পদে

আজি বতৰ গাভৰু হ’ল

আজি বতৰ গাভৰু হʼল, প্ৰকৃতি নেথাকে শুইআগেয়ে নেজানোএতিয়া জানিলোঁ শৰীৰত একুৰা জুই । গা সিৰেসিৰায়, বুকু ধপেধপায়মন হʼল বোঁৱতী নৈ

আজি জীৱনৰ বাটচ’ৰাত

আজি জীৱনৰ বাটচ’ৰাতঅস্ত ৰ’দৰ ৰেঙণিপাহৰণিৰ মেঘৰ মাজেৰেসোঁৱৰণি সোণালী।  ৰ’দ জলমল দিনৰে শেষতচকা যে পাটত বহিবইজীৱনৰ এই যাত্ৰাপথতজিৰণিৰ বেলা আহিবই,এয়েতো নিয়ম

আজি জীৱন বুটলিবি

(এই গীত ইতিবাচকএই গীত মোৰ মনৰ প্ৰকাশউদ্দেশ্য : হেজাৰ জনৰ ই প্ৰকাশ হওক ) আজি জীৱন বুটলিবিহাঁহি হাঁহি আহ্‌আজি মৰণ

আজি কি আনন্দ

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দতপূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ওঠৰশ ছয়ানব্বৈত হেʼ লক্ষীকান্তৰ গৃহতপূজা পাতি হৰিশ্চন্দ্ৰ কৰে

আগলি বাঁহৰে, লাহৰী গগনা

আগলি বাঁহৰে, লাহৰী গগনাবাজি উঠিল কিয়?আগলি কলৰে, এখিলানো পাতকঁপি উঠিল কিয়?মুকুতিৰ উৰুলি শুনি। অহঙ্কাৰী ৰজাৰ নগৰীকংকাল হʼল কিয়?বন্দীশালৰ শিকলিবোৰছিগি পৰিল

আকাশী যানেৰে

 আকাশী যানেৰেউৰণীয়া মনেৰেদোকমোকালিতেপশ্চিমৰে পৰা, বঙ্গৰে পৰামাৰিলো উ…ৰা…..।মোৰ লক্ষ্যস্থান হ’ল তেজপুৰআকাশী যানেৰে ৷ মই লাহে লাহে ধৰিত্রী এৰিলোঁমই উৰি উৰি মেঘতে

আকাশী গংগা বিচৰা নাই

আকাশী গংগা বিচৰা নাইনাই বিচৰা স্বর্ণ অলংকাৰনিষ্ঠুৰ জীৱনৰ সংগ্রামতবিচাৰোঁ মৰমৰ মাত এষাৰ ।  মহা মহা সাগৰৰেকতনা লহৰ লেখিলোঁমহা মহা নগৰীতেকতনা

 
Scroll to Top