Bhupen Hazarika Lyrics

সময়ৰ গাত আজি

সময়ৰ গাত আজি গনতান্ত্ৰিক তেজৰ কলঙ্ক উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ শুনো এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে […]

ষড়যন্ত্ৰ কৰি

ষড়যন্ত্ৰ কৰি দেশক পণ্য কৰিবিলাসী জীৱন নেকিগঢ়িব খোজেতাৰ ক্ষমা নাইতাৰ ক্ষমা নাইওলালো আজি তৰুণ সেনানীমুক্ত কৰিমেই দেশওলালো আজি তৰুণ সেনানীমুক্ত

মই বিচাৰিছো হেজাৰ চকুত

কথা:ড° নিৰ্মলপ্ৰভা বৰদলৈ মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূর্য শিখা এই ভয়াবহ যুগ-সন্ধিৰ নাশিবলে বিভীষিকা মই বিচাৰিছো হেজাৰ চকুত দীপ্ত

 
Scroll to Top