ৰিণিকি ৰিণিকি

ৰিণিকি ৰিণিকিশুনিছোঁ দূৰণিতপ্ৰভাতী পখীয়ে গীত গায়,প্ৰভাতী পখীয়ে কিয় গায়?মৌন নিশা দেখোঁ, চৌপাশে আছে;সূৰুযৰ দেখা দেখি নাই।প্ৰভাতী পখীয়ে গীত গায়প্ৰভাতী পখীয়ে

ৰাইজ আজি ভাৱৰীয়া

ৰাইজ আজি ভাৱৰীয়াদেশেই নাটঘৰকোনে কি ভাও ল’বা আহাঁসময় যে তাকৰআখৰা নেলাগে, নেলাগে পোছাকনঙঠা হৈয়ে আহাঁভুকাতুৰ পেটতে গামোচা বান্ধিউন্মাদ হৈয়ে আহাঁতেহে

ৰমকে জমকে আছিল মোৰ অসমী

ৰমকে জমকে আছিল মোৰ অসমীসোণৰ কপৌফুলে পিন্ধিসিংখাপ পিন্ধিলৈ জেতুকাৰ বোলেৰেহাত ৰঙচুৱা কৰি। — কিনো দিন পৰিলে আজি!কʼলৈ গʼল ৰংচং কʼতনো

ৰম্ভা মেনকা

ৰম্ভা, মেনকা কিম্বা যুথিকানামবোৰ নাজানো ভাইহংস গামিনী ইমান ৰমণীকলিজা ধপে ধপায়।তঁহতৰ লাজ কাজ নাই যা!গাভৰুক জোকাব নাপায়।সাইলাখ ৰাম হে আমি

ৰমজানৰে ৰোজা গʼল ওলাল ঈদৰ জোন

ৰমজানৰে ৰোজা গʼল ওলাল ঈদৰ জোনচেনেহৰে মেহফিলতে বহে আজি কোন?আজি ঈদ মজলিছতে একেলগে বহিছেআজি ঈদ মজলিছতে ৰহিম চাচাও বহিছেআজি ঈদ

ৰুম্‌ ঝুম্‌ নেপুৰ বজাই

ৰুম্‌ ঝুম্‌ নেপুৰ বজাইঝুম্‌ ঝুম্‌ ঝুম্‌ ঝুমকা কঁপাইৰূপসী নৈৰ পাৰেদি কোনচাওতালী গাভৰু যায় !তাইৰ অঙ্গে অঙ্গে শোভাতাইৰ ৰূপ মনোলোভাহৰিণী চাৱনিৰচেনেহ

ৰুদ্ধ কাৰাৰ দুৱাৰ

ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙিযʼত জ্যোতিয়ে নিতৌ নাচেতাত কণ্ঠৰে মোৰ দিম অঞ্জলিসুৰে মোৰ সাজোন কাচে।জীৰ্ণ সমাজৰ বন্ধনে মোকবিষাক্ত বাষ্পহে যাচেপ্ৰাচীৰ ভঙা

ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক ?

ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক ? ৰ’দ পুৱাবৰ কাৰণে মতিবানো কাক?ওলাই দেখোন আহিলেই ৰহদৈৰে জাকলগে লগে লৰি আহিল সেউতীহঁতৰ মাকপাহাৰ বগাই

 
Scroll to Top