সুউচ্চ পাহাৰৰ
সুউচ্চ পাহাৰৰশৃংগলৈ উঠা মই(এক) প্ৰেমিক অশ্বাৰোহী;দুৰন্ত অশ্বৰ পদধ্বনিতউন্মাদ হোৱা এক চিৰ বিদ্ৰোহী।টিক্ টিক্ টিক্ টিক্ সময়ৰ ছন্দতধপ্ ধপ্ শব্দ বাজে

সংগ্ৰাম লগ্নে আজিশংকা ত্ৰাস ত্যাজিআইস বীৰসৰ দুষ্কৃতি নাশিতে। অগ্নিমন্ত্ৰে দীক্ষা লৈয়া আইসআজি যত দৈত্যকে বধিতেন্যায় তন্ত্ৰে শিক্ষা লৈয়া আইসআজি যত