ল

ল, লোকগীত

লাউ খাওয়াৰ পাৰে

কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা লাউ খাওয়াৰ পাৰে কি পাৰে মাওমোৰ কেউৰা বাকেস কী ফুল।লাউ খাওয়াৰ পাৰে কি

ল

লুইতপৰীয়া ডেকা বন্ধু

লুইতপৰীয়া ডেকা বন্ধুতোমাৰ তুলনা নাইজীয়াই থকাৰ য়ুঁজত নামিছামৃত্য়ু শপতে খাই। পুৰণি পুৰুষে হাত সাৱটিবহুতো হেৰুৱালেউদাৰতাক শতৰুৱেদুৰ্বলতা বুলি ল’লে।আজি বজ্ৰৰ দৰে

ল

লুইতত ভোটোঙাই ওলাল শিহু

কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি।গীতঃ লুইতত ভোটোঙাই ওলাল শিহুআজি বোলে ৰঙালী বিহু বিহু।যেন লেতেকুৰে থোকধেমালি চাই যা ধেমালি চা।সমাজৰ

ল

লুইততে মোৰ ঘৰ

লুইততে মোৰ ঘৰলুইতেই মোৰ পৰলুইতে যে ভাঙে গঢ়েসপোন মৰমৰ।। আশাৰ বালিচৰত এদিনতুমি হʼলা মোৰএখনি নাৱতে দুয়োহৈছিলো বিভোৰ ।আজি কিয় গুচি

ল

লুইতৰ পাৰ দুটি

লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতিজ্বলি শত দেৱালীৰ বন্তিআহিব কাতিৰে মাহটিদূৰতে দেৱালীৰ বন্তি । অʼ ভৰা বৰলুইতত লুইতপৰীয়াটুলুঙা নাৱতে অকলশৰীয়াআমাৰে

ল

লিয়েনমাকাও

লিয়েনমাকাও–লিয়েনমাকাওকোনকোন পাহাৰ শিখৰতেবাট চাইছা ?সুৰৰ পঁজা কিয় উদং ৰাখিমঅকলশৰে মই কিমান কান্দিমতাকে একমনে ভাবিছাঁ । চুলিটাৰি—চুলিটাৰিতাতেতাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছাসেই

 
Scroll to Top