মই যেতিয়া এই জীৱনৰ
মই যেতিয়া এই জীৱনৰমায়া এৰি গুচি যাম,আশা কৰোঁ মোৰ চিতাৰ কাষততোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণী সভানালাগে মিছা নামতোমাৰ এটুপি চকুলো
মই যেতিয়া এই জীৱনৰমায়া এৰি গুচি যাম,আশা কৰোঁ মোৰ চিতাৰ কাষততোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণী সভানালাগে মিছা নামতোমাৰ এটুপি চকুলো
গাভৰু : মই কহিমাৰে আধুনিকা ডালিমী।ডেকা : মই গদাপাণি আধুনিক ভৈয়ামৰ।দুয়ো : আমি আজি দুয়ো সহযাত্ৰীগুৱাহাটী অভিমুখী নিশাৰ ৰেলʼৰ। ডেকা
মই এটি যাযাবৰধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ। মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিছ সাবটি ল’লোঁ; মই
মই অথায় জলধিৰ মাজলৈ আহিলোঁ সাঁতুৰিদূৰ দূৰণিত দুপাৰ এৰি খাইছোঁ হাবাথুৰিমই অথায় জলধিৰ মাজলৈ আহিলোঁ সাতুৰি। এটি পাৰে অহঙ্কাৰ স্বাৰ্থপৰতাৰ চৌদিশে প্ৰস্তুতি
মাঘত দেখোঁ উৰুকা নহয় তুমি নহʼলেবʼহাগ বিহুত বিহু-ঢোল নেবাজে তুমি নহʼলে,তুমি নহʼলে তুমি নহʼলে। শাৰদী পুৱা কঁহুৱা নুফুলে তুমি নহʼলেএন্ধাৰ