ম

ম

মনত আছেনে

মনত আছেনে ? দৰিকা দিচাঙে পানী বাঢ়ি গʼলেময়ো বৰ এজনী হʼলোঁতোৰে সতে সাঁতুৰি থাকোঁতেবাইদেউৰ কতনা শপনি খালোঁ।       মনত আছেনে, বোলোঁ

ম

মদাৰৰে ফুল হেনো

মদাৰৰে ফুল হেনো পূজাতো নেলাগেমদাৰৰে ফুল হেনো সবাহত নেলাগেলাগে পিচে ব’হাগতে ৰং সানিবলেʼলাগে পিচে আকাশতে জুই জ্বলাবলেʼ। কোনোবাই মোক হেনো

ম

মৎস্য কুৰ্ম্ম নৰসিংহ বামণ

    (১)“মৎস্য কুৰ্ম্ম নৰসিংহ        বামণ পৰশুৰাম    হলিৰাম বৰাহ শ্ৰীৰাম।বুদ্ধ কল্কি নামে দশ    আকৃতি ধৰিছা কৃষ্ণ    তযু পাৱে কৰোঁহো প্ৰণাম।।”মোৰে উদং

ম

মঙ্গলদৈ তোমাৰ নাম

মঙ্গলদৈ তোমাৰ নাম হওক মঙ্গল তোমাৰ ।অতীত ঘাটি চাইলে পাবা ঐতিহ্য অপাৰ।। কোঁচ ৰজাৰ জীয়ৰী মঙ্গলা যাৰ নাম।সেহি নামে নামকৰণ

ম

মঙ্গল হওক ন-শতিকাত

মঙ্গল হওক ন-শতিকাত, মঙ্গল সবাৰপ্ৰতি গৃহে শান্তি আহক,সমৃদ্ধি অপাৰ হে।। উষা কালৰ সোণোৱালী ৰʼদ,চোতালত ভৰি ৰয়অন্ধজনেও দেখক আকৌ,নৱ সূৰ্যোদয়হে।। সোণৰ

ম

মুখ উজ্জ্বল যৌৱন উচ্ছল

মুখ উজ্জ্বল যৌৱন উচ্ছলসেউজীয়া বন উৰণীয়া মনবিশ্বৰ অগনি জ্বলাইহাত-বাউল দি মাতিছে।মাতিছে, মাতিছে মাতিছে। বিশাল আকাশ মৰমী বতাহমুক্ত আমাৰ উশাহ-নিশাহএসাঁজ বনভোজ

ম

মুক্তি কামী লক্ষ্যজনৰ

মুক্তিকামী লক্ষ্যজনৰমৌন প্ৰকাশ শুনিছানে নাই?জীৱন  আকাশত নতুন সাহসৰপৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নেপালা কিমানহিচাপ নকৰিলা কোনো ক্ষতি না‍ই!আহিছে সময় গণনাৰো

ম

মইনাজান মইনাজান

মইনাজান মইনাজান লুইত পাৰে হʼলোঁমইনাজান মইনাজান দিক্ৰং পাৰে হʼলোঁমইনাজান মইনাজান জিৰালোঁ ঐ নাওবৈচাত। মইনাজান মইনাজান চাকৰি ঐ বিচাৰিমইনাজান মইনাজান এৰোঁ

ম

মই সপোন পুৰীৰ ৰূপকুঁৱৰী

মই সপোন পুৰীৰ ৰূপ কুঁৱৰীহাতত মৃণালৰে খাৰু,অʼ কাণত পদুমৰে কেৰু,পখিলাৰ সʼতে মই ৰঙা ৰঙা পাখিৰেমলয়াত উৰি ফুৰোঁ।। হাতত মৃণালৰে খাৰুঅʼ

ম

মই যেন আজীৱন

কথা: মই যেন আজীৱন উৰণীয়া মৌ       জিৰাবৰ নাই তৰু-তৃণগীত: মই যেন আজীৱন উৰণীয়া মৌ       জিৰাবৰ নাই তৰু তৃণ       জিৰণীয়া মৌ

 
Scroll to Top