মই যেতিয়া এই জীৱনৰ
মই যেতিয়া এই জীৱনৰমায়া এৰি গুচি যাম,আশা কৰোঁ মোৰ চিতাৰ কাষততোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণী সভানালাগে মিছা নামতোমাৰ এটুপি চকুলো […]
মই যেতিয়া এই জীৱনৰমায়া এৰি গুচি যাম,আশা কৰোঁ মোৰ চিতাৰ কাষততোমাৰ সঁহাৰি পাম। নালাগে মোৰ সোঁৱৰণী সভানালাগে মিছা নামতোমাৰ এটুপি চকুলো […]
গাভৰু : মই কহিমাৰে আধুনিকা ডালিমী।ডেকা : মই গদাপাণি আধুনিক ভৈয়ামৰ।দুয়ো : আমি আজি দুয়ো সহযাত্ৰীগুৱাহাটী অভিমুখী নিশাৰ ৰেলʼৰ। ডেকা
মই এটি যাযাবৰধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ নিবিচাৰি নিজা ঘৰ। মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিছ সাবটি ল’লোঁ; মই
মই অথায় জলধিৰ মাজলৈ আহিলোঁ সাঁতুৰিদূৰ দূৰণিত দুপাৰ এৰি খাইছোঁ হাবাথুৰিমই অথায় জলধিৰ মাজলৈ আহিলোঁ সাতুৰি। এটি পাৰে অহঙ্কাৰ স্বাৰ্থপৰতাৰ চৌদিশে প্ৰস্তুতি
মাঘত দেখোঁ উৰুকা নহয় তুমি নহʼলেবʼহাগ বিহুত বিহু-ঢোল নেবাজে তুমি নহʼলে,তুমি নহʼলে তুমি নহʼলে। শাৰদী পুৱা কঁহুৱা নুফুলে তুমি নহʼলেএন্ধাৰ