, লোকগীত

বাৰো মাসে তেৰ ফুল ফুটে

কন্ঠ: ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱা বাৰো মাসে তেৰ ফুল ফুটেবছৰে ফুটে হলা চৈনাযাইও যমুনাৰ জলে। তুমৰা নাযাইও নাযাইওনাযাইও […]

, লোকগীত

বন্ধুৰ বাৰীতে

কন্ঠ: প্ৰতিমা পাণ্ডে বৰুৱা আৰু ভূপেন হাজৰিকা কি বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে,হ্যাসকা টানে পীৰিত খচে মাঘ মাসী শীতেবন্ধুৰ বাড়ীতে

, বাংলা

বিস্তীর্ণ দুপারের

বিস্তীর্ণ দুপারের, অসংখ্য মানুষের-হাহাকার শুনেও,নিঃশব্দে নীরবে- ও গঙ্গা তুমি-গঙ্গা বইছ কেন? বিস্তীর্ণ দুপারের, অসংখ্য মানুষের-হাহাকার শুনেও,নিঃশব্দে নীরবে- ও গঙ্গা তুমি-গঙ্গা

বৰদৈচিলা নে সৰুদৈচিলা

কথা:ডেকা: ককাই –অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে, বৰদৈচিলা? গীত:ডেকা:বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ আকাশত বৰ বৰ চিলা…বৰদৈচিলা নে, সৰুদৈচিলা নেঅসমৰ

বিৰাজে কি সাজে

বিৰাজে কি সাজেপ্ৰকৃতিৰে জীয়ৰীমিলন দেখি হাঁসে সখিনিজকে পাহৰি। শোক তাপ নিৰানন্দৰ আজি পৰিল অন্ত।ৰঙে-ৰঙে ভৰিল আজি মনৰে দিগন্ত।। শকুন্তলা দুষ্মন্তৰে

 বিহুৰেনো বিৰিণা -অ’ আইতা

 বিহুৰেনো বিৰিণা —অ’ আইতাঅ’ নাচনীৰ কলাফুল লৰেবিহুৰেনো বিৰিণা —অ’ আইতাকেৰু মণি থুৰিয়াপাতে সমনীয়া  —অ’ আইতাতুমি আমাৰ যুৰীয়াব’হাগতে পাতি যাওঁ বিয়া

বিহুৰে বিৰিণা

বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গʼলপাতে সমনীয়া দেশৰ নেতা ৰজা হʼলকথা :– তেতিয়া কি হʼল?বিহুৰে বিৰিণা পাত হেনয়া পইচা

 
Scroll to Top