এ

এ

এই বিহুৰে উৰুকা নিশা

গাভৰু : এই বিহুৰে উৰুকা নিশামোৰ কলিজা পৰিছে কʼলাচিঠি দিম বুলি চিঠিও নিদিলাতুমি পৰদেশী হʼলা।যোৱাটো বিহুতে কথা যে দিছিলাহʼবা মোৰ

এ

এই বʼহাগ জ্বলন্ত অৰুণ

এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ। পুৰণি শত শতবʼহাগ মাহৰজহি-খহি যোৱামূল্যবোধৰমৈদাম খান্দি খান্দিহাড়বোৰ নিকা কৰিঅস্ত্ৰ সাজি সাজিলৈ নিশ্বাসকোনে

এ

এই পানী উত্তৰে পানী

উত্তৰে পানী…এই পানীকি য়ে পানীদুৰ্ব্বিষহ পানী।।তৃষ্ণাৰ্ত্তৰ ই নহয়তো পানী। শুকান ধৰিত্ৰীৰ অশ্ৰুভৰানহয় ই আকূতিএই বানপানী।।এই পানী ত্ৰাসৰএই পানী বেজাৰৰএই পানী

এ

এই পৃথিৱী এক ক্ৰীড়াঙ্গন

এই পৃথিৱী এক ক্ৰীড়াঙ্গনক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ। এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়াঙ্গনযৌৱন যʼত আজি জ্যোৰ্তিম্ময়অসুস্থ এলাহক এফলীয়া কৰি (যʼত)জীৱনৰ গতি

এ

এই ধুনীয়া গধূলি লগন

কথা : জানকী,গাভৰু : ওঁডেকা : কিয় এই সংযমহীন আচৰণ?গাভৰু : কিয়?গীত : গাভৰু : এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ সমাজৰ

এ

এʼ ৰাধাচূড়াৰ ফুল গুজি

 এʼ ৰাধাচূড়াৰ ফুল গুজিৰাধাপুৰৰ ৰাধিকাচাহ-বাগিচাত ঝুমুৰ নাচিজুগ্‌নুক যাচে ফটিকা। সেই ফটিকা প্ৰেম ফটিকা(তাত) ভেজাল-তেজাল একো নাই।(ই) কৃষ্ণচূড়া ফুলৰ দৰে সঁচা

এ

এʼ নৰ মনিচ, যাবই লাগিব তই

এʼ নৰ মনিচ যাবই লাগিব তইচকুলো মচি লৈ সবাৰো ভৰসা এৰি  এʼ নৰ মনিচ!সোণৰ জটাখাৰুত মামৰে ধৰিলেমামৰৰ বেচতো কেৱেচোন নলʼলেফুৰিলে কি

এ

এ’ জীৱন নদীৰ কতনা মোহনা

এʼ জীৱন নদীৰ কতনা মোহনাকোনটো দিশেনো ঘাটএʼ কʼতেনো পামগৈ মৰমেৰে ভৰাএষাৰি আপোন মাতে, মোৰ বান্ধ ঐচিনাই নিদিয়ানে বাট? সঁচা সোণৰ

 
Scroll to Top