উপেদ্দি যায় উৰাণ জাহাজ
হে উপেদ্দি যায় উৰাণ জাহাজ তাৰো দুখান পাখা,মোকে লেগি আনি দিয়া হাতী দাঁতৰ শাখা। হে উপেদ্দি যায় উৰাণ জাহাজ তাৰো […]
হে উপেদ্দি যায় উৰাণ জাহাজ তাৰো দুখান পাখা,মোকে লেগি আনি দিয়া হাতী দাঁতৰ শাখা। হে উপেদ্দি যায় উৰাণ জাহাজ তাৰো […]
উৰ্ উৰ্ শান্তিৰ পখীটিউৰ্ উৰ্ শান্তিৰ পখীটি। এই আকাশ, এই ভূমিনকৰিবি মৰুভূমিবিষৰ ধোঁৱাৰে এন্ধাৰ।এই মানুহ, এই প্ৰদেশএই দেশ, এই স্বদেশশোষণমুক্ত
উদং উদং গাকোন ডেকাৰে গাসুঠাম হাতে পথাৰ চহাইহাল বাইছে চা।।সুঠাম হাতে পথাৰ চহাইহাল বাইছে চা।। ৰং লৈ সি খেলেসৰিয়হৰ হালধীয়া
উজাই বুৰে দিলে শিহু কি ঘঁৰিয়ালভটিয়াই বুৰিলে মাছে ।অসমীৰ মুখতে হাঁহি নাইকিয়ামাথোঁ চকু পানী মচে।তাঁতীৰে কাপোৰে জগতখন জুৰিলেতথাপি তাঁতীৰ গা