মোক এনে এখন সৰগ দিয়াঁ
মোক এনে এখন সৰগ দিয়াযি ধৰাত জিলিকি পৰে,এনে এটি পৰিবেশ দিয়াঁ হিয়া যʼত শাঁত পৰে।।প্ৰচণ্ড বেলিৰ তাপ থকাসন্মুখত অনন্ত পথএজুপি […]
মোক এনে এখন সৰগ দিয়াযি ধৰাত জিলিকি পৰে,এনে এটি পৰিবেশ দিয়াঁ হিয়া যʼত শাঁত পৰে।।প্ৰচণ্ড বেলিৰ তাপ থকাসন্মুখত অনন্ত পথএজুপি […]
মেঘে গিৰ্ গিৰ্ কৰেআ-হা হিৰ্ হিৰ্ মেঘে কৰে বা লাগি আগলতি কলাপাত লৰে এজাক যেন বৰষুণআহোঁ আহোঁ কৰে।। বহু দিনে
অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণপখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহনজীৱনৰে মধুৰ লগন। লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময়
মিঠা মিঠা বʼহাগৰগীত এটিকে ৰচোঁ বুলি ভাবিলোএনেতে চুচুক চামাককৈ কাষ চাপিলামই যেন ভাষা পালোঁ।মিঠা মিঠা বʼহাগৰ। লুইততে তিওৱা তোমাৰ দেহামাহ আৰু
মানুহে মানুহৰ বাবেযদিহে অকনো নেভাবেঅকনি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানু্হক বেচিব খুজিমানুহে মানুহক কিনিব খুজিপূৰণি ইতিহাস দোহাৰিলেভুল জানো নহʼবকোৱা
এই মহিলা মহিলা ক’লৈনো আহিলাঁগচকত মাৰিলা বনমহিলা মহিলা কি যে ভুল কৰিলাঁপুৰুষৰ নুবুজা মন।গল চাই গহনা গাটো তায়ে চোলামূৰ চাই
আগ বাঢ়া, বাঢ়া আগ বাঢ়া ডেকা-গাভৰুৰ দল। জনতাৰ মৃত্যু এফেৰি বতাহে আকাশ কঁপাই তোলে ঘনে ঘনে কোলাহল।ডেকা-গাভৰুৰ দল আগ বাঢ়া
কথা: স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ ? ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো ? এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি ?
মহাত্মাই হাঁসি বোলে ৰাম ৰহিম, বান্ধ ৰাম ৰহিম!একেলগে একে সঙ্গে বান্ধৱ পাতিম হায় হায় ৰাম ৰহিম !মহাত্মাই হাসি বোলে কৃষ্ণ
নায়ক: ময়ূৰী ময়ূৰীনয়িকা: সুদৰ্শন, সুদৰ্শননায়ক: মন ময়ূৰী তুমি যেন মোৰ বন ময়ূৰী তুমি যেন মোৰ মন ময়ূৰী মই