বিমূৰ্ত মোৰ নিশাতি যেন

বিমূৰ্ত মোৰ নিশাতি যেনমৌনতাৰ সূতাৰে বোৱাএখনি নীলা চাদৰ ।এখনি নীলা চাদৰ..তাৰেই এটি মিঠা ভাঁজতনিশ্বাসৰে উমআৰু জীয়া জীয়া আদৰ্এখনি নীলা চাদৰ। […]

বিজুলীৰ পোহৰ মোৰ নাই

বিজুলীৰ পোহৰ মোৰ নাই(তথাপি) এন্ধাৰে মোলৈ ৰʼ লাগি চায়।। সমাজৰ নাটঘৰ,তেনেই উদং হয়আমাৰ ৰূপেৰে পঁজাতহাঁহিৰ পোহৰ যদিহে নেপায়।। কোনোবা কাহানি

বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে

বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে, চিঞৰেপ্ৰচণ্ড অগ্নিপিণ্ড; জ্বালাময়ী হৈ উৰেকিয় উৰে? পৃথিৱীতো নহয় প্ৰলয়ৰ আকাংক্ষীগণ-মানস নহয় ধ্বংসৰ প্ৰয়াসীতথাপিতো শিখা উৰেপ্ৰচণ্ড

বিংশ শতিকাৰ অস্তাকাশত

বিংশ শতিকাৰ অস্তাকাশতদিনৰ চিতা জ্বলিবনে ?একবিংশ শতিকাৰ প্ৰথম প্ৰভাতেদিগন্ত উজ্বলাবনে ? উজলাব, উজলাব, উজলাব । দুটি শতিকাৰ সংগমে সংগমেআশা-নিৰাশাৰ গণনালুকাফাকু খেলি

বʼহাগৰ প্ৰথম পুৱা

বʼহাগৰ প্ৰথম পুৱানকৈ গাভৰু হোৱাএপাহি কপৌ ফুলেকাণে কাণে ভোমোৰাক যেন কʼলে:এ মই ফুলিলোঁ হেমোৰ পাতগাভৰুৰ মনকুমলীয়া মই একোকে নাজানোনুশুহিবা মধূকণ।

বʼহাগ মাথোঁ এটি ঋতু নহয়

বʼহাগ মাথোঁ এটি ঋতু নহয়নহয় বʼহাগ এটি মাহঅসমীয়া জাতিৰ ই আয়ুস ৰেখাগণ জীৱনৰ ই সাহবʼহাগ মাথোঁ বিহুতলী নহয়নহয় ই নিশা

বহুদিনৰ আগতে

বহুদিনৰ আগতেগধূলিৰে পৰতেতোমাৰ ৰূপহ শিখা দেখাআজিও পৰে মনত হে।মোৰে সৰু পঁজাতেনেমেলা খিৰিকীতেতুমি আহি মাত দিলাধুনীয়া নিশাতে কʼলীয়া ধুমুহাৰেশত শত বিপদেতোমাৰ মোৰ

বনৰে পখীটি

বনৰে পখীটিতোমাৰ লগৰীয়া, আমাৰে জোনটিপদুমৰ কলিটি!তোমাৰ লগৰীয়া আমাৰে জোনটি, সোণটিঅʼ অʼ জোনটি। আমাৰ তপোবনৰ ধুনীয়া ধনটি, সোণটি।তুমি শকুন্তলাৰ হিয়াৰ মাণিকজিলমিল

বনজুই বনতহে জ্বলে

বনজুই বনতহে জ্বলে দেখা পোৱা যায়মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে’। হিটলাৰৰ জোতাৰ শৱদ হে’ গিৰিপ গাৰাপ চলেইহুদী নিধন পৰ্ব

বুকু হম হম কৰে

বুকু হম হম কৰেমোৰ আই কোনে নিদ্রা হৰেমোৰ আই পুত্র হৈ মই কি মতে তৰোঁ? আই, তোৰে হৈ মই মৰোঁ । দেশৰে চন্দ্রমা কাল এন্ধাৰে

 
Scroll to Top