পাৰ ভাঙি দিলে

পাৰ ভাঙি দিলে শ্ৰীমন্ত শঙ্কৰেবহে ব্ৰহ্মাণ্ডক ভেদিতৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছেশান্তি অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰযাউতিযুগীয়া ৰূপতীৰ্থশ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰএক অনেকৰ প্ৰীতি-তীৰ্থশ্ৰীমন্ত […]

পাহাৰৰ সিপাৰে

পাহাৰৰ সিপাৰে ধুনীয়া ৰহদৈয়েদুখৰে সুৰটি গায়বনগীত সুৰীয়া গীতৰে আঁৰতেচেনাইৰ কথাটি কয়বুকুহে হমে হমায়।পাহাৰৰ হৰিণী চকুযোৰ শুৱনিচকুলো বাগৰি যায়সুদূৰৰ চেনায়ে বুজিকে

পাহাৰ ভৈয়ামৰ সংগম থলীতে

পাহাৰ ভৈয়ামৰ সংগম থলীতেবন্ধু এজন মোৰ আছিল এদিনৰʼদালিৰে ভৰা সেইসোণালী সুদিন ।একেলগে খেলা পুৱা-গধূলি বেলাসেই শান্ত পাহাৰসেই ধ্বনি নিজৰাৰএকেলগে বজালোঁ

পাচলিৰ বাগিচা সৰু বাগিচা

পাচলিৰ বাগিচা সৰু বাগিচামোৰ সৰু বাগিচা জানো দেখিছা ? তাত মই ৰুইছোঁ পাচলি ইমানসৰিয়হ ফুলবোৰ ফুলিছে কিমান ! সৰু সৰু কোৰেৰে নিজে

পাগলদিয়াৰ পাৰে পাৰে

পাগলদিয়াৰ পাৰে পাৰেকোন সুন্দৰী যায়কিবা গুণি আপোন মনেকিবা গুণ গুণায়।পাগলদিয়াৰ পাৰে পাৰেকোন সুন্দৰী যায়। দুগদুগী নাই ৰিহাও নাইআধুনিকতাৰ সাজআমাৰ সখী

পলাশৰে ৰং

কথা : ডেকা : পলাশৰে ৰং গীত : গাভৰু : পলাশৰে ৰং কোনেনো সানিলেএই মিঠা সেউজ বননিতডেকা : আৰু তোমাৰ কোমল চাৱনিতকথা

পদ্মাৰ ধুমুহাই

পুৰুষ : পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলেহেʼ আমাৰ সোণৰ ঘৰে-বাৰীএʼ উজনি পানীতে সাঁতুৰি পালোঁহিবৰ লুইতৰ চাপৰি। আকৌ বান্ধিম ঘৰ আকৌ গামেই

পক্ষীৰাজ ঘোঁৰা

পক্ষীৰাজ ঘোঁৰাখট খট খট খটকে দৌৰামোৰ কপাল ফুটাপাখী দুখনো কটা উৰি ফুৰিবৰ না‍ই ম‍নকাৰণ ধৰাতে জনগনপক্ষীৰাজ ঘোৰাখট খটকৈ দৌৰা অনিৰুদ্ধ নহওঁৰোমিঅʼ লক্ষীন্দৰনহও

 
Scroll to Top