Author name: admin1

জিকমিক দেৱালীৰ বন্তী

জিকমিক দেৱালীৰ বন্তী জ্বলেএন্ধাৰত কান্দে কোনে অকলে অকলেওচৰা-ওচৰি দুটি ঘৰ।এটি পঁজা আনটো ৰজা ঘৰৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে! পঁজাটিত […]

জাগ্ৰত মানুহৰ ছাঁ দেখি

জাগ্ৰত মানুহৰ ছাঁ দেখি কিয়দিনে-ৰাতিয়ে উচপ খোৱাঁ ?আলসুৱা আকাশত কুঁৱলীৰ মুখা-পিন্ধাৰামধনু কেলেই খেদি যোৱাঁ ? ধূলিৰ ধৰাত জীৱন সৰগ ওপজেনতুন

জুয়ে পোৱা তিৰাশীৰ

জুয়ে পোৱা তিৰাশীৰনিৰ্বাচনীৰ বছৰমোৰ ভাইটি নোহোৱা হʼলনেপালোঁ খবৰতই জাননে খবৰ?তই জাননে খবৰ? জিলাৰ দহোগাঁৱততোৰ সমকক্ষ নাইতোক হেৰুৱাই আমাৰ গঞাইক্ৰোধতে বিনায়।মৰিশালি

জয় বা পৰাজয়

(অনুবাদ গীত) জয় বা পৰাজয়সময় অসময়কপালত জিলিকাইপ্ৰেম নাহেপ্ৰেমে সময় নুবুজে(প্ৰেমে) বয়স যে আৰু নুবুজে।।ৰিম্‌ ঝিম্‌ ঝিম্‌ বৰষাইমোৰ দেহাটি যেতিয়া তিয়ায়উদাস

জয় জয় নৱজাত বাংলা দেশ

জয় জয় নৱজাত বাংলা দেশজয় জয় মুক্তি বাহিনী।ভাৰতীয় সৈন্যৰ সʼতে ৰচিলাঁমৈত্ৰীৰ কাহিনী।। ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতাবিভেদকামী শক্তিৰ সলনিগংগা পদ্মাৰ একতা।। সামন্ততন্ত্ৰৰ

জয় জয় অসমীৰ নতুন পুৰুষ জয়

জয় জয় অসমীৰ নতুন পুৰুষজয় জয় শ্বহীদ বাহিনীপঁচাশীত লিখিলোঁত্যাগেৰে তোমাৰমুক্তিৰ কাহিনী। মহাভাৰতৰ মহা অংগঅসমী আই আমাৰকʼত সন্তানৰশোণিত ঢালেনোপোৱাঁ তুলনা তুমি

জন্মদিন

জন্মদিন জন্মদিন শুভ জন্মদিনপ্ৰতিদিন হয় যেন ৰঙীণ ৰঙীণ জোনে পঢ়া-শুনা কৰিউঠি ৰেলগাড়ীতজোনে যাব মানুহৰ উপকাৰ কৰিপুতলায়ো নাচে আজিতাক্‌ ধিনা ধিন্‌

জনকপুৰৰ জানকীয়ে

জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহেৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। বুধৰ গলত ৰঙা ৰুমালবাহুত তামৰ তাবিজকʼলা চুলিত কত যে ভাঁজদেহত ৰঙীণ

জ্ঞানীজনে কয় সিংহৰ এটাই ভাল

কথাঃ জ্ঞানী জনে কয়-কি কয়?গীত :- জ্ঞানীজনে কয়শৃগালৰ জাক জাকসিংহৰ এটাই ভাল,হেন জানি ভাবি গুণিহে নৱ দম্পতীসীমিত কৰাঁ পৰিয়াল।পৰিয়াল-পৰিকল্পনা মাথোঁগৰ্ভ

ঘৰতো নবহে মন

ঘৰতো নবহে মন সমনীয়াপথাৰতো নবহে মন;কমোৱা তুলাবোৰ যেনেকৈ উৰিছেতেনেকৈ উৰিবৰ মন। মনৰে বননিত সমনীয়াচেনেহৰ নিজৰাতপানীকেহে এটুপি পিওঁ,পোৰাকৈ ভটিতে তুমি যে

 
Scroll to Top