জেঠৰে তেৰৰে বুধৰ দুপৰীয়া
জেঠৰে তেৰৰে বুধৰ দুপৰীয়াতেৰশ এসত্তৰ চন।বাতৰি আহিলে জৱাহৰ নাইঅবিশ্বাস কৰিবৰ মন।। চন্দন কাঠৰে শিখা বাই বাইযিদিনা জৱাহৰ গʼল।জৱাহৰৰ মানৱী দেহা […]
জেঠৰে তেৰৰে বুধৰ দুপৰীয়াতেৰশ এসত্তৰ চন।বাতৰি আহিলে জৱাহৰ নাইঅবিশ্বাস কৰিবৰ মন।। চন্দন কাঠৰে শিখা বাই বাইযিদিনা জৱাহৰ গʼল।জৱাহৰৰ মানৱী দেহা […]
জীৱনটোৰে কান্দোনখিনিনিজেই সাঁচি থলোঁ;জীৱনটোৰে হাঁহিখিনিবিলাই বিলাই দিলোঁ।শ্ৰোতা বন্ধু তুমিও অকণ লোৱাঁ।। হাঁহিখিনি পাবৰ বাবে বহুতো কান্দিলোঁমাজে মাজে কান্দি কান্দি নিজেই
জীৱনটো যদি অভিনয় হয়যদি অভিনয়তে মৰম ৰয়সেই মৰমৰ দাম কিমাননো ?আকাশ এখিলা যদি কাগজ হয়আৰু জোনটো যদি আচল নহয়সেই জোনাকৰ
(আগকথা – আজিৰ সমাজ গঢ়োঁতে অগভীৰ পৰিকল্পনা আৰু অলস চিন্তাই কোনো কাম নিদিয়ে। জীৱন সিদ্ধু বহু বিন্দুৰে হয়। কিন্তু সেই
জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়,বহু ধনৰ লোভে যদি মানুহ পাহৰায়, মানুহ পাহৰায়মানুহ যদি মানুহৰে হয় অন্তৰায়,(তেনে) দূৰতে থক খ্যাতি
জীৱন ঘড়ীৰ প্ৰতিটো পলযেন গলি গলি গʼলনিঃসঙ্গতা পৰুৱা এটিমাথোঁ তাতে পৰি ৰʼল।। তেজত আজি ৰক্ত কণিকাকিয় জানো কমি গʼল !দংশনৰত
জিলিকাব লুইতৰে পাৰএন্ধাৰৰ ভেটা ভাঙিপ্ৰাগজ্যোতিষত বয়জেউতি নিজৰাৰে ধাৰ ।শত শত বন্তিৰজ্ঞানৰে দীপালীয়েজিলিকাব লুইতৰে পাৰ । সাঁচিপাতে ভাষা দিবচিফুঙে আশা দিবৰংঘৰে
জিলমিলিয়া কোমল বালি,তাহানিৰ কথা কিয় আজি কলি,ওঁহোকথা : ভুল হʼল নেকি ?তাহানিৰ কাহিনী কিয় শুনালি ?(অʼ) বুকুতে মিঠা মিঠা বিহ
জিন্দাবাদ মেণ্ডেলামেণ্ডেলা জিন্দাবাদজিন্দাবাদ মেণ্ডেলামেণ্ডেলা জিন্দাবাদ সাতাইশ বছৰ আৰু সাতটা মাহৰবন্ধ কাৰাগাৰ ভাঙিলাঁ প্ৰখৰ ৰৌদ্ৰৰূপে আফ্ৰিকাৰ নতুন যুৱক হৈ ওলালা জিন্দাবাদ মেণ্ডেলা।। বৰ্ণ বৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনিবজ্ৰ
গাভৰু :- জিগিজা-গিজাও অʼ গিজাওজিগিজা-গিজাও অʼ গিজাওজিগিজা-গিজাও অʼ গিজাওছোট ঘৰেৰ বহু বেটী, পিঠে পৰে চূল গʼযৌৱনেৰে আঙ্গিনাই উড়ে গেন্দা ফুল