কি মায়া জৰীৰে বান্ধিলা
কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐহেৰালে চেতনা গাৰমৰিচিকা খেদি ভাগৰি পৰিছোঁএকোৰে পোৱা নাই পাৰ। সমাজখন ভুৱাৰে ভৰি গ’লমানুহে মানুহক নিচিনা […]
কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐহেৰালে চেতনা গাৰমৰিচিকা খেদি ভাগৰি পৰিছোঁএকোৰে পোৱা নাই পাৰ। সমাজখন ভুৱাৰে ভৰি গ’লমানুহে মানুহক নিচিনা […]
কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোবহু ধনৰ মোহত পৰি মূলো হেৰুৱালো ।যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলোঅতি লোভত পৰি আজি
কি কৰোঁ, কি কৰোঁ উপায়কোৱা বাৰু কি উপায়ভালপোৱা নিষ্ঠুৰ দানৱধৰেহি সদায় বান্ধমই নিৰুপায়। বৰ পোৰণি আছে বান্ধ, ফেঁটী সাপৰ বিষততাৰো
কাৰোবাৰ দুনয়ন সৰগত তৰা যেন লাগেনেজানো মোৰ কি যে হʼল ! মৰমৰ সাগৰত সাঁতোৰাৰ হেপাহ জাগেকোন দেৱী বাউলী হʼল ।। জোনৰ
কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছেকাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে !কাৰ ঘৰত মেটমৰা কʼলা ধন বিজাৰিছেকাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে।কাৰো
কাহিনী এটি লিখাঁ সেৱাৰ বিষয়েকৈছিলোঁ বহু বহু বাৰবন্ধু লিখক, তুমি নুশুনিলাঁদেখুৱালাঁ মাথোঁ অহংকাৰ ।। সঁচা নায়ক বিচাৰি বিচাৰিতাহানি যে আহিছিলা
কাল জয়ী মৃত্যুঞ্জয়ী, কালজয়ী মণিৰামতোৰ মৃত্যুৱে আজি ঘৰে ঘৰে কৰেমুক্তি-যুঁজৰ আহ্বান।ই জ্যোতিৰ আঁকিব আল্পনা হʼব এন্ধাৰ অৱসান ।। অসমীৰ অতীতৰ ফিৰিঙতি
কান্দিছনো কিয় ? কান্দিছনো কিয় ?কান্দিছনো কিয় ?সংগ্ৰাম জীৱনৰ যদি এটি নামসংগ্ৰাম হওক তোৰ প্ৰিয়,দুহাতেৰে চকু দুটি ঢাকি ধৰি তইঅকলেই