Author name: admin1

দূৰ দিগন্তত ৰিণিকি দেখিছোঁ

দুৰ দিগন্তত দেখিছোঁ ৰিণিকি সোঁৱৰণী বগ উৰাউৰি উৰি উৰি মাথোঁ মোৰ দিনান্তক উপলুঙা কৰি ফুৰা। চেনেহ-সাগৰ মথিলোঁ কতনা ৰহণ জিলিকি

দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে

কথাঃ মোৰ জীৱন-ৰথ এবাৰ হঠাতে থমকি ৰৈছিল, এনেতে- গীতঃ দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণতোমাৰ ওঠৰ পৰশে,মোৰ ছন্দে ছন্দে উঠে প্ৰেমৰ

দিহিঙে-দিপাঙে

দিহিঙে-দিপাঙেআজীৱন ঘূৰিলোঁজীৱনৰ টোকাৰী বাই।শতিকা-শেষতথমকি চাওঁ যেমৰণৰ তোৰণ নাই। জীৱন গলিলমৰণ গলিলকোন যে কাহানি যায়,দেহতত্বৰো তত্ব লুকালমানুহে মানুহক খায়। নতুন শতিকা

ঢাক্ ঢাক্ ঢাক্ ঢাক্

ঢাক্ ঢাক্ ঢাক্ ঢাক্ঢাক্ ঢাক্ ঢাক্ ঢাক্ ঢাকেই বজালি।লাখ্ লাখ্ তহঁত থাকিও একো নেপালি। খাটি খোৱা তহঁতবোৰক দোস্ত কৰি লৈকুবু্দ্ধিৰে

ধুমুহা নাহিবি

ধুমুহা নাহিবি,পচোৱা নাহিবিনুনুমাবি ইগছি চাকি এই চাকি নুমালে,এই শিহা শুকালে মহাদেশ ধৰিব এন্ধাৰে ঢাকি ইগছি চাকিৰ শিখাইপোহৰাই ৰওকজনজীৱনৰ এন্ধাৰ নিশাইগছি চাকিৰ শিখা,ভাৰতে জ্বলোৱাগণতন্ত্ৰৰে চাকিগণতন্ত্ৰৰে

ধম্‌ধমাধ্‌ম ধম্‌ধমাধ্‌ম

ধম্‌ধমাধ্‌ম ধম্‌ধমাধ্‌মজীৱন মাদল বাজেআজি নতুন নতুন মনৰ মানুহনতুন ভাৱে সাজে। গিজিতা গিজাওঁ গিজিতা গিজাওঁৰঙা জবা ফুলছটো বড় গৰীৱ নাইনাই জাতি

ধুনীয়া ৰঙৰ

ডেকা :- ধুনীয়া ৰঙৰ নতুন পাহিৰতুমি মোৰ পদুলিৰ কেতেকী ফুলতাকেই দেখি মই ভোল যাও। গাভৰু :- কেতেকী নহওঁ মই সুৰুযমুখীপুৱাৰ

ঢাক্ ঢাক্ ঢাক্ ঢাক্

ঢাক্ ঢাক্ ঢাক্ ঢাক্ঢাক্ ঢাক্ ঢাক্ ঢাক্ ঢাকেই বজালি।লাখ্ লাখ্ তহঁত থাকিও একো নেপালি। খাটি খোৱা তহঁতবোৰক দোস্ত কৰি লৈকুবু্দ্ধিৰে

হেʼ হেʼ হেʼ ঢোলে-ডগৰে

হেʼ হেʼ হেʼ ঢোলে-ডগৰেহেʼ হেʼ হেʼ হিয়াৰ উমেৰেনেদেখা এনাজৰীৰেবান্ধো আমি পাহাৰ শিখৰৰেমহান চিয়েমক। হেʼ হেʼ হেʼ চেৰাপুঞ্জীৰেহেʼ হেʼ হেʼ ভিজা

 
Scroll to Top