Author name: admin

আকাশ সাৱটি নামিলোঁ

সুধাকন্ঠৰ দ্বাৰা ৰচিত অন্তিমটো গীত (নিজৰাপাৰ,‌ ২০০৭ চন) আকাশ সাৱটি নামিলোঁ সাগৰতবুকুত কঢ়িয়ালোঁ আগ্নেয়গিৰি ৷শব্দৰ বৰষুণে ধৰিলে সাবটিকন্ঠত সুৰৰ অনন্ত […]

আকাশ বিশাল

আকাশ বিশাল সাগৰ বিশালতাতোকৈ বিশাল মাতৃ-হৃদয়পশু-পক্ষী বা নৰ-নাৰীৰমাতৃৰ স্নেহমায়া চিৰ মধুময়।। মাতৃৰ প্ৰতি ধনী-দুখীয়াৰমায়া-মমতা একেটাইমাথোঁ ভিন্ন ৰূপে স্নেহ প্ৰকাশেহৈ নিঃস্বাৰ্থ

আই সৰস্বতী অ

পাত গাভৰু : আই সৰস্বতী অ’ —-ৰংফুল বকুলী !তোমালৈ মানি যাওঁ কি ! মাজ বয়সীয়া পুৰুষ : বোলো কি ? পাত গাভৰু 

আহ্ আহ্ ওলাই আহ্ সজাগ জনতা

আহ্ আহ্ ওলাই আহ্সজাগ জনতাআহ্ আহ্ ওলাই আহ্ পোহৰ আনোতাৰামৰে দেশতে থকা ৰাৱণ বধোঁতেযায় যদি যায় জীৱনতো যাক ! সমুখৰে

 
Scroll to Top