ক-খ-গ-ঘ
ক-খ-গ-ঘ, চ-ছ-জ-ঝদুয়ে দুয়ে চাৰি গʼএ বি চি ডি ইস্কুল পঢ়িগিয়ানী বনিব গʼ। হামাৰ কচি কচি বাছাইস্কুলে পঢ়িব গʼলিখি পঢ়ি বড় […]
আৰক্ষী বাহিনীৰে কু-শাসন ৰক্ষাকিছু দিনহে কৰিব পাৰি !নৱ নৱ পুৰুষৰ নোপোৱাৰ প্ৰকাশকভৰিৰে মোহাৰিব নোৱাৰি।। আজিৰ সমস্যাই ভবাই তুলিবইআজিৰ শিক্ষাৰ্থীক(তাকে) শান্তিৰে
প্ৰথম ডেকা :- আহুধান দাবলৈ লাগে কেতেবেলি বাওধান দাবলৈ টান, দ্বিতীয় ডেকা :- অঁʼ টান প্ৰথম ডেকা :- আমাৰে
পুৰুষ :- আশ্বিন মাসে দুৰ্গা পূজাঢাকেৰ কেমন গুড় গুড়িতাৰেই মাঝে ঝিলমিল কৰেমোৰ প্ৰাণেৰ সুন্দৰী। লাল শাড়ী পিন্ধি নাচেমাদল ঝুমুৰ বাজানানাকে
আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰঅʼ মোৰ চেনেহৰ অকণি বীৰ ।তোমাৰ দেশৰ বীৰ লাচিতেশতৰু কৰি ছিৰাছিৰসুজলা সুফলা পূব ভাৰতীৰউজলাই ৰাখিলে শিৰ।ভাৰতে
আমি ভাইটি ভনটিনাই দেখোন গণটিইম্মান সোপা আমি আছোঁকিমান যে ফূৰ্তি। অʼ ডিফুৰে ভণ্টি আৰু শদিয়াৰে ভাইটিকোকৰাঝাৰৰ ৰাভাৰ সʼতে লোহিতমুখৰ কণটিইম্মান
আমি নহওঁ মাথোঁ ক্ৰন্দনৰতগঢ়িম শক্তি সন্মিলিতমানুহে মানুহে মিলিমহাঅজগৰৰূপীমহাবান্ধ সাজি সাজিপানীৰ ঔদ্ধত্যকচূৰ্ণ কৰিম। পাগলী পাগলীদেওধনীজনীৰউলঙ্গ নৃত্যক সভ্য কৰিমবিজ্ঞানেৰে দুৰ্ব্বাৰ গতিকশক্তিত পৰিণত
কথাঃ- (সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, ‘আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম?’ সঁচা, পিছে) গীতঃ ‘আমি অসমীয়া নহওঁ দুখীয়া’বুলি সান্ত্বনা
আমাৰে মইনা শুইছেবাৰীতে বগৰী ৰুইছেবাৰীৰে বগৰী পকি সৰা নাইতৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰালুভীয়াই নিব তাক হৰিদুখীয়াক যি ফেৰা
আমাৰে ভনটি শুব এʼসপোনৰ দেশলৈ যাব এʼশুকুলা ৰঙৰে মিঠাকৈ সপোনকদিঠকৰ ৰূপকে দিব। আমাৰে ভন্টি মহিলা হʼবআৰোগ্য নিকেতন গঢ়িববিজ্ঞানেৰে ৰুগীয়াজনকেসুঠাম তেজাল