উজাই বুৰে দিলে
উজাই বুৰে দিলে শিহু কি ঘঁৰিয়ালভটিয়াই বুৰিলে মাছে ।অসমীৰ মুখতে হাঁহি নাইকিয়ামাথোঁ চকু পানী মচে।তাঁতীৰে কাপোৰে জগতখন জুৰিলেতথাপি তাঁতীৰ গা […]
উজাই বুৰে দিলে শিহু কি ঘঁৰিয়ালভটিয়াই বুৰিলে মাছে ।অসমীৰ মুখতে হাঁহি নাইকিয়ামাথোঁ চকু পানী মচে।তাঁতীৰে কাপোৰে জগতখন জুৰিলেতথাপি তাঁতীৰ গা […]
ঊষা আৰু নিশাঅসমীৰ সিপাৰতেমহা জলধিৰ শেষতেজ্যোতি এন্ধাৰৰ মাজতেদুটি কণ্ঠৰ কথা শুনো ৰিণিকি ৰিণিকি অহাএই হʼল ঊষাআনটি কলিয়া নিশানিশাই পিন্ধিছে জোনবিৰি
চৰাইপুঙৰ কপৌ চৰাইজাকে জাকে উৰে।নতুন নতুন মনৰ মানুহনতুন ৰূপ ধৰে।জিগিজা গিজাও জিগিজা গিজাওৰঙা জবা ফুলকেঁচা তেজ বিচাৰি কোন বিয়াকুল।। দুই
ডেকা :- চেনেহীৰ ফটা ৰিহা–ফুলে জকেমকেউৰি যায় বতাহৰ আগত, বোলোঁ আগত;গাভৰু :– নেখাই চাৰি সাঁজো থাকিব পাৰোঁ মইবʼহাগৰ বিহুৰে লগত
গাভৰু : চেনাই মোৰ অʼগাভৰু কালতে এজনী আছিলোঁফুলক নুবুলিলো ফুলথুৰীয়া তামোলে কোচে নধৰিছিলখোপায় নধৰিছিল ফুল। পুৰুষ : নৱমী অʼতেল পৰি
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলিচিৰ নতুন পানচৈ উটি যায় ।জিলমিলীয়া ঢৌ তুলি ঢৌ তুলিসময় নদীত পট আকিঁ আকিঁ যায় ।অনু-পৰমাণু
চিয়াঙৰে গালং লৌহিতৰে খামটি টিৰাপৰে ৱাংঞ্চুৱে মোক কিয় মাতিছে ? অসমীৰে পদূলি উদুলি যে মুদুলি মৰম চেনেহৰে হাট বহিছে আপাটানী ভনিটী
চিনাকি ——–চিনাকি মোৰ মনৰ মানুহতোমাৰ বাবেই জনম লভিছোঁ।তোমাৰ ঘাটৰ বিপৰীতেনাওখনি মোৰ বান্ধিছোঁ;তুমি দেখিছানে নাই মই নাজানিলোকথা : – নেজানিলোঁগধুলি প্ৰহৰ
চিত্ৰলেখা চিত্ৰলেখাচিত্ৰ এখন আঁকানাচিত্ৰপটত চিন্তাশীল একচিন্তানায়ক আঁকানা জনজীৱনৰেৰং শুকুলামন জীৱনৰেগভীৰ নীলাপাত্ৰ দুটি সজাই লোৱাঁদুয়োটি ৰং মিলাই লোৱাতুলিকা তুলি লোৱানা!!চিত্ৰলেখা চিত্ৰলেখাচিত্ৰ এখন
গাভৰু :- চয়নিকাচয়নিকা চয়নিকা চয়নিকা চয়নিকাডেকা:- একবিংশ শতিকা আহিল দেখোনআহিলেই দেখোঁ চয়নিকা—গাভৰু :- নতুন শতিকাক সাবটি লʼবলৈসাজু হোৱা চয়নিকা।।চয়নিকা চয়নিকাগাভৰু