Author name: admin

স

সহস্রজনে মোক প্রশ্ন কৰে

সহস্রজনে মোক প্রশ্ন কৰেমোৰ প্রেয়সীৰ নামমালবিকা নে লিপিকা নে মল্লিকা ।অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁনহয় মালৱিকা বা লিপিকা বা হৈমন্তী বা

স

সময়ৰ অগ্ৰগতি

সময়ৰ অগ্ৰগতিপক্ষীৰাজত উঠিযাওঁ মই নতুন দিগন্তলৈহাঁহিমুখেহাঁহিমুখেজ্যোতিক শিৰত তুলিআহে দিনবাজে বীণনিৰাশাবিহীনআহে বীণবাজে বীণনিৰাশাবিহীননাই আক্ষেপ কোনো পোৱা নোপোৱাৰসমূখত পোহৰৰ জলন্ত জোৱাৰ ৷সত্যক

স

স্বাদী কৰোৱাই লওক

স্বাদী কৰোৱাই লওকঅʼ দিলৱালো, মতৱালোসৱেই স্বাদী কৰোৱাই লওকধুনীয়া নহʼলে ৱাপচ পইচাগেৰাণ্টি লিখোৱাই লওক।ময়ে বনোৱা তিলিকা দৰামাৰ খায়েই ভিৰে যেন ঘোঁৰা।ময়ে

স

সুন্দৰী চাওঁ কিনো কল্পনা

সুন্দৰী চাওঁ কিনো কল্পনাসুন্দৰী আঁকা কিনো আল্পনামই কল্পনা জল্পনা আল্পনা-চাল্পনাযিহকে আঁকো মোৰ পৰিকল্পনাকিয়? কʼম কোৱাঁনা।কথাঃ মোকেনো নাআঁকা কিয়? মোৰ ৰূপ

স

সদা হাঁহি মুখ

সদা হাঁহি মুখনাই কোনো দুখহাতত বানৰ বয় বিড়ি,আধা শতিকাকে ধৰিঅসম মুখক কৰি।চলি আছে এই বিড়িচি.জে. পেটেলৰ বিড়ি,বানৰ বয় বিড়িভাল লাগে

স

সুখ নাই; দুখ নাই

সুখ নাই; দুখ নাইএকো যেন নাইহাঁহি নাইচকুৰো অশ্ৰু শুকায়।।নৈ আছে পানী নাইসৰু বৰ ঢৌ নাইজীয়াই থকাৰ নাইঅকণো জোৱাৰ।ঘড়ীৰ কাঁটা নাইসময়ৰ

স

সুউচ্চ পাহাৰৰ

সুউচ্চ পাহাৰৰশৃংগলৈ উঠা মই(এক) প্ৰেমিক অশ্বাৰোহী;দুৰন্ত অশ্বৰ পদধ্বনিতউন্মাদ হোৱা এক চিৰ বিদ্ৰোহী।টিক্‌ টিক্‌ টিক্‌ টিক্‌ সময়ৰ ছন্দতধপ্‌ ধপ্‌ শব্দ বাজে

স

সংগ্ৰাম লগ্নে আজি

সংগ্ৰাম লগ্নে আজিশংকা ত্ৰাস ত্যাজিআইস বীৰসৰ দুষ্কৃতি নাশিতে। অগ্নিমন্ত্ৰে দীক্ষা লৈয়া আইসআজি যত দৈত্যকে বধিতেন্যায় তন্ত্ৰে শিক্ষা লৈয়া আইসআজি যত

উ

উৰ্‌ উৰ্‌ শান্তিৰ

উৰ্‌ উৰ্‌ শান্তিৰ পখীটিউৰ্‌ উৰ্‌ শান্তিৰ পখীটি। এই আকাশ, এই ভূমিনকৰিবি মৰুভূমিবিষৰ ধোঁৱাৰে এন্ধাৰ।এই মানুহ, এই প্ৰদেশএই দেশ, এই স্বদেশশোষণমুক্ত

উ

উদং উদং গা

উদং উদং গাকোন ডেকাৰে গাসুঠাম হাতে পথাৰ চহাইহাল বাইছে চা।।সুঠাম হাতে পথাৰ চহাইহাল বাইছে চা।। ৰং লৈ সি খেলেসৰিয়হৰ হালধীয়া

 
Scroll to Top