ষড়যন্ত্ৰ কৰি দেশক পণ্য কৰি
বিলাসী জীৱন নেকি
গঢ়িব খোজে
তাৰ ক্ষমা নাই
তাৰ ক্ষমা নাই
ওলালো আজি তৰুণ সেনানী
মুক্ত কৰিমেই দেশ
ওলালো আজি তৰুণ সেনানী
মুক্ত কৰিমেই দেশ
যায় যদি যাওঁক
সহস্ৰ প্ৰাণ
গঢ়োতে ধুনীয়া স্বদেশ
যায় যদি যাওঁক
সহস্ৰ প্ৰাণ
গঢ়োতে ধুনীয়া স্বদেশ
দুষ্কৃতিকাৰীৰ কোনো ক্ষমা নাই
কোনো ক্ষমা নাই
মোৰ দেশ মোৰ মাটি
মোৰেই অধিকাৰ
মোৰ দেশ মোৰ মাটি
মোৰেই অধিকাৰ
আপোচ বিহীন মই মৃত্যু বিজয়ী
সৈনিক অংগীকাৰ
আপোচ বিহীন মই মৃত্যু বিজয়ী
সৈনিক অংগীকাৰ
লুন্ঠনকাৰীৰ কোনো ক্ষমা নাই
কোনো ক্ষমা নাই
কোনে গঢ়িবা দেশ
কাক লাগে স্বাধীনতা
যুঁজো আহা একেলগে
শক্তি আমাৰ একতা